• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত সমষ্টিৰ মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবলত ৰাধাবাৰী চাহ বাগিচা চেম্পিয়ন

উত্তম শইকীয়া by উত্তম শইকীয়া
February 6, 2018 5:37 pm
Chief Minister's Tea Tribe Football Championship
109
VIEWS
Share on FacebookShare on Twitter

বোকাখাত চাহ বাগিচাৰ খেল পথাৰত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত বোকাখাত সমষ্টি ভিত্তিত মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেল অনুষ্ঠিত হয় ৷

বোকাখাত চাহ বাগিচা আৰু ৰাধাবাৰী চাহ বাগিছাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত ৰাধাবাৰী চাহ বাগিচাই ১ – ০ গ’লৰ ব্যৱধানত জয় লাভ কৰি সমষ্ঠিৰ ভিতৰত শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয়।

দুই দলৰ খেলুৱৈসকলৰ সৈতে বিশিষ্ট অতিথি সকলক পৰিচয় কৰাই দিয়াৰ পিছতে চক্ৰ বিষয়া খনীন্দ্ৰ দাসে আনুষ্ঠানিক ভাৱে চুড়ান্ত উদ্বোধন কৰা খেলখনৰ আৰম্ভণীৰ মাত্ৰ ৬ মিনিটতে ৰাধাবাৰী চাহ বাগিচাৰ বসন্ত ভূঞাই দিয়া একমাত্ৰ গ’লেৰই ৰাধাবাৰী চাহ বাগিচা জয় লাভ কৰে ৷

আজি বিয়লি অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবলৰ চূড়ান্ত খেলৰ প্ৰাকক্ষণত আয়োজিত উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ দাস, বিজেপিৰ ৰাজ্যিক সম্পাদক দেব প্ৰদীপ বৰা, অগপৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা, বোকাখাত চাহ বাগিচাৰ পৰিচালক প্ৰদীপ বৰগোহাঁই, জেনেৰেল মেনেজাৰ জিতেন্দ্ৰ সিং চাহাল, বিজেপি চাহ মৰ্চাৰ জিলা সভাপতি বীৰ কুমাৰ ছেত্ৰী, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ডাঃ পুলিন বৰকটকী, কাৰ্যকৰী সদস্য ভাস্কৰ কালিন্দী উপস্থিত থাকে ৷

অনুষ্ঠানৰ আঁত ধৰে মুখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতাৰ বোকাখাতৰ সমন্বয়ক দ্বীপেন শইকীয়াই।

Recent News

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd