• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত চূড়ান্ত খচৰাত পঞ্চায়তত শুনানি লোৱা ৯০শতাংশৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 31, 2018 7:04 am
বৰপেটা এন আৰ চি
138
VIEWS
Share on FacebookShare on Twitter

দীর্ঘদিনীয়া আশা-আকাংক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা। পাইলট প্ৰজেক্টৰ কামত বৰপেটা জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবে এন আৰ চিৰ কাম কাজত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছিল বৰপেটা জিলাৰ ওপৰত।

চূড়ান্ত খচৰা প্ৰকাশৰ পিছত জিলাখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সষ্টম হৈ আছিল ৷ কিন্তু চূড়ান্ত খচৰা প্ৰকাশৰ পিছত  জিলাখনৰ কোনো প্ৰান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ কবলৈ গ’লে  জিলাখনত শান্তিপূৰ্ণভাবে প্ৰকাশ হয় এন আৰ চি ৰ চূড়ান্ত খচৰা ৷

আনহাতে, এন আৰ চি ৰ চূড়ান্ত খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷ সংবাদ মাধ্যমৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে জনায় যে, পঞ্চায়তত শুনানি লোৱা প্ৰায়  ৯০ শতাংশ লোকৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত নহ’ল ৷

বৈধ নথি থকা প্ৰায় সকলোৰে  নাম এন আৰ চিত প্ৰকাশ পাইছে যদিও  কিছুমান বিষয়াৰ গা এৰা দিয়া কামৰ বাবে বহুত বৈধ নাগৰিকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰি ৰ’ল বুলি পৰিষদে উল্লেখ কৰে ৷ যিসকল লোকৰ  নিজ নিজ পঞ্চায়তত শুনানি গ্ৰহণ কৰা হৈছিল সেইসকলৰ প্ৰায় ৯০ শতাংশৰ নাম এন আৰ চি ৰ চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত নহ’ল বুলি পৰিষদে জানিবলৈ দিয়ে ৷

এন আৰ চি কৰ্তৃপক্ষৰ একাংশৰ কৰ্তব্যত গা এৰা দিয়া মনোভাৱৰ বাবেই সেইসকল লোকৰ নাম বাদ পৰিল বুলি পৰিষদে অভিযোগ কৰে ৷ নিজ নিজ পঞ্চায়তত হোৱা শুনানিৰ ক্ষেত্ৰত আৰু জাননী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত এন আৰ চি  কৰ্তৃপক্ষ আৰু ভি এল অ’ৰ গাফিলতিৰ কাৰণেই সোমবাৰে প্ৰকাশ পোৱা এন আৰ চি ৰ চূড়ান্ত খচৰাৰ পৰা লাখ লাখ বৈধ নাগৰিকৰ নাম বাদ পৰা বুলি অভিযোগ কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷

পৰিষদে সকলো বৈধ ভাৰতীয়ৰ নাম পৰবৰ্তী সময়ত অন্তৰ্ভুক্ত হ’ব বুলি আশা ব্যক্ত কৰি চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত নোহোৱা বৈধ লোক সকলৰ  চিন্তাৰ কোনো কাৰণ নাই বুলিও সদৰী কৰে ৷

Recent News

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd