• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত পুৰুষোত্তম ন্যাসৰ উদ্যোগত কামৰূপী লোকগীতৰ প্ৰশিক্ষণ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 23, 2018 6:54 pm
172
VIEWS
Share on FacebookShare on Twitter

প্ৰাচীন কামৰূপ তথা অসমৰ  ক্ৰমে লোপ পাবলৈ ধৰা লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিক পুনৰ উদ্ধাৰ তথা সংৰক্ষণৰ লগতে প্ৰচাৰ-প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে বৰপেটা চহৰত তিনিদিনীয়াকৈ আৰম্ভ কৰা হৈছে কামৰূপী লোকগীতৰ প্ৰশিক্ষণ শিবিৰ।

বৰপেটা চহৰৰ আমবাৰীহাটীত থকা পুৰুষোত্তম ন্যাসৰ জনাৰ্দন ভৱনত কালিৰে পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে কামৰূপী লোকগীতৰ স্বনামধন্য শিল্পী স্নেহলতা দাসে। প্ৰশিক্ষক গৰাকীক সহযোগ কৰে কুল দাস আৰু বিমল দাসে।

প্ৰশিক্ষণ শিবিৰটোৰ আয়োজকসকলে জনোৱা মতে অনুষ্ঠানটোত প্ৰায় ৩৫ গৰাকী শিক্ষাৰ্থীয়ে কামৰূপী লোকগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰটোত পুৰুষোত্তম ন্যাসৰ অধ্যক্ষা তথা অৱসৰপ্ৰাপ্ত ভাষা বিষয়া ৰঞ্জিতা মেধি, সচিব শোভাৰাণী দাসৰ লগতে ন্যাসৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে। তেওঁলোকে জনোৱা মতে প্ৰশিক্ষণ শিবিৰ ২৪ জানুৱাৰিৰ বিয়লি সামৰণি পৰিব।

উল্লেখযোগ্য যে বৰপেটাৰ বিশিষ্ট শিক্ষাবিদ তথা বেংক বিষয়া পুৰুষোত্তম দাসৰ স্মৃতিত গঠিত পুৰুষোত্তম ন্যাসে লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে স্থানীয় কৃতি ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ উৎসাহিত কৰি আহিছে।

Recent News

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd