• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত বাতিল হ’ল মুখ্য মন্ত্ৰী সোণোৱালৰ কাৰ্যসূচী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
February 13, 2019 7:08 pm
Barpeta CM meeting

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

আজি বৰপেটাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ কথা আছিল যদিও শেষ মূহুৰ্তত  বাতিল হয় মুখ্য মন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচী।

উল্লেখ্য যে আজি বৰপেটা পৌৰসভাৰ খেল পথাৰত মুখ্য মন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা ২০১৮-১৯ৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু বিশেষ কাৰণত মুখ্য মন্ত্ৰী সোণোৱালে ভ্ৰমণ কাৰ্য্যসূচী বাতিল কৰে বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে।

মুখ্য মন্ত্ৰীৰ বৰপেটা ভ্ৰমণ বাতিলৰ লগে লগে জিলা প্ৰশাসনে উক্ত কাৰ্য্যসূচীও বাতিল কৰে।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু বৰপেটা জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত হ’ব লগা সভাখনৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশি খৰছ কৰি সাজি উলিওৱা হৈছিল বিশাল পেণ্ডেল। কিন্তু সোণোৱালৰ ভ্ৰমণ কাৰ্যসূচী বাতিল হোৱাৰ লগে লগে বৃহৎ পৰিমাণৰ চৰকাৰী ধনৰ অপচয় হোৱাও পৰিলক্ষিত হ’ল।

অসমৰ দৰে পিছপৰা এখন ৰাজ্যৰ ৰাজকোষৰ ধন এনেদৰে পুনৰ এবাৰ অপচয় হোৱাক কেন্দ্ৰ কৰি এতিয়া বৰপেটাত সচেতন মহলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

Recent News

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd