• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকৰ বৃহৎ কয়লা কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ; শংকিত জড়িত বিষয়া-আমোলা, মন্ত্ৰী-বিধায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 5:58 pm
Assam's illegal coal mining issue raised in Lok Sabha, MP Pradyut Bordoloi demands for inter ministerial fact finding team

কয়লাৰ প্ৰতীকী ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ পিছত শেহতীয়াকৈ বিজেপি চৰকাৰখনৰ দিনত হোৱা বৰাকৰ বৃহৎ কয়লা কেলেংকাৰিয়ে পুনৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেইবা কোটি টকাৰ কেলেংকাৰিটোৰ অনুসন্ধানৰ সময়ত পোৱা তথ্য-পাতিত বহু ৰাজনৈতিক নেতা-আমোলা, মন্ত্ৰী-বিধায়কৰ নাম ওলাই পৰাত নেতা-আমোলা, মন্ত্ৰী-বিধায়কৰ মাজত হাহাকাৰ লাগিছে বুলি জানিব পৰা গৈছে।

ৰাজনৈতিকভাৱেও শক্তিশালী এইসকলে কেলেংকাৰিটোক বিপথে নিয়াৰ শংকা প্ৰকাশ কৰাৰ সময়তে আজি চৰকাৰে এই বৃহৎ কেলেংকাৰিটোৰ তদন্ত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা বা চি বি আইক দিয়া বুলি জানিবলৈ দিছে। ফলত শংকিত হৈ পৰিছে কেলেংকাৰিটোত জড়িত আমোলা-বিষয়া আৰু ৰাজনৈতিক নেতা, মন্ত্ৰী-বিধায়কসকল।

উল্লেখযোগ্য যে কৰিমগঞ্জ আৰক্ষীয়ে বৰাক উপত্যকাত কয়লাৰ বৃহৎ ছিণ্ডিকেট চলাই থকা আব্দুল আহাদ চৌধুৰী নামৰ কয়লা মাফিয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে ন ন তথ্য। কৰিমগঞ্জ আৰক্ষীয়ে ১৩ জুলাইত ভাৰত-বাংলাদেশ সীমান্তৰ সূতাৰকান্দিত থকা আব্দুল আহাদ চৌধুৰীৰ বাসভৱনত তালাচী চলাওঁতে বহুতো বিস্ফোৰক তথ্য থকা নথি-পত্ৰ লাভ কৰিছিল। তাৰ ভিতৰত তেওঁৰ এখন ডায়েৰিও আছিল, য’ত আছে তেওঁ কাক কাক টকা নিয়মীয়াকৈ দি আহে তাৰ তালিকা।

এই তালিকাত গুৱাহাটীৰ প্ৰভাৱশালী ব্যক্তি, নেতা আদিক তেওঁ মাহে প্ৰায় ৩০ লাখকৈ টকা দিয়াৰ তথ্য পোৱা গৈছে। লগতে বৰাক উপত্যকাৰ তিনিওখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক মাহে বহু লাখকৈ টকাৰ বৰঙনি দি আহিছে বুলি লিখা আছে।

আৰক্ষীয়ে আব্দুল আহাদ চৌধুৰীক এটা সাধাৰণ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে ঘটনাই এনে মোৰ লোৱাত সকলো স্তম্ভিত হৈছে। দুই-একে প্ৰশ্ন কৰিছে, এইদৰে আৰু কিমান কেলেংকাৰি গোপনে সংঘটিত হৈ আছে, যিবোৰ পোহৰলৈ অনা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd