• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ কাৰ্যনিৰ্বাহক পৰিষদলৈ নিৰ্বাচিত এল সৰিতা দেৱী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 10:06 am
এল সৰিতা দেৱী

এল সৰিতা দেৱী

87
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন বিশ্ব তথা এছিয়ান বক্সিং চেম্পিয়ন এল সৰিতা দেৱী ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ কাৰ্যনিৰ্বাহক পৰিষদত মহিলা বক্সাৰৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে।

ৰোহটকত চলি থকা ৰাষ্টীয় চেম্পিয়নশ্বিপত অনুষ্ঠিত হোৱা নিৰ্বাচনত মণিপুৰৰ বক্সাৰগৰাকীয়ে ৩১টা টীমৰ ২২গৰাকী অধিনায়কৰ পৰা ভোট লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সৰিতা হৈছে বক্সিং ফেডাৰেশ্বনৰ কাৰ্যনিৰ্বাহক পৰিষদত অন্তৰ্ভুক্ত হোৱা দ্বিতীয়গৰাকী বক্সাৰ। তেওঁৰ পূৰ্বে ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী মনোজ কুমাৰ অন্তৰ্ভুক্ত হৈছিল। বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনটোত সৰিতাই তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী ৰেইলৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডৰ ছীমা পুনিয়াক পৰাস্ত কৰে।

কাৰ্যনিৰ্বাহক পৰিষদলৈ নিৰ্বাচিত হৈ ২০০৯ চনৰ অৰ্জুন বঁটা প্ৰাপক বক্সাৰগৰাকীয়ে মহিলা বক্সাৰসকলে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধাৰ কথা উত্থাপন কৰি কয় যে উক্ত অসুবিধা সমূহৰ সমাধান কৰাই তেওঁৰ প্ৰধান লক্ষ্য হ’ব।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd