• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-বাংলা দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ বাবে কৰ-ব্যেতিৰেক বাধা আঁতৰাবলৈ কাটছৰ পৰামৰ্শ

সুবীৰ ভৌমিক by সুবীৰ ভৌমিক
June 21, 2018 4:05 pm
consumer-unity-and-trust-society-cuts
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় থিংক টেংক কাটছ ইণ্টাৰনেশ্যনেলৰ (CUTS INTERNATIONAL) এটা প্ৰতিৱেদনত পৰামৰ্শ দিয়া মতে ভাৰত-বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ বাবে কৰ-ব্যেতিৰেক বাধা সম্পূৰ্ণ আঁতৰ কৰিব লাগিব।

কাটছৰ নীতি বিশ্লেষক ৰাহুল আৰোৰাই কৈছে যে দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আশা কৰাতকৈ যথেষ্ট কম। কৰ-ব্যতিৰেক বাধা (যেনে ৰপ্তানী অংশ, ৰাজ-সাহায্য, সীমা শুল্ক বিলম্ব, কাৰিকৰী বাধা ইত্যাদি) আঁতৰ কৰিলেহে  দ্বিপাক্ষিক বাণিজ্য উল্লেখনীয়ভাৱে বৃদ্ধি পাব।

প্ৰতিৱেদনটোত গুৰুত্ব প্ৰদান কৰা কেইটামান কাৰক হৈছে:

  • বিশ্ব বাণিজ্য সংস্থাৰ ‘বাণিজ্য সুবিধা চুক্তি’ অনুসৰি বাণিজ্য সুবিধা নীতিৰ বিকাশ কৰা (সীমা-শুল্ক নিষ্পত্তি দ্ৰুততৰ কৰা, আমদানি-ৰপ্তানী নথি-পত্ৰ হ্ৰাস আৰু একক খিৰিকী ব্যৱস্থা প্ৰৱৰ্তন)
  • যান-যঁট হ্ৰাস কৰাৰ বাবে ট্ৰাক পাৰ্কিৰ ঠাইৰ ব্যৱস্থা কৰা, সীমান্ত এলেকাৰ আশে-পাশে পৰ্যাপ্ত পৰীক্ষা সুবিধা উপলব্ধ কৰোৱা, বাণিজ্য আন্তঃগাঁথনিৰ উন্নতি কৰা আৰু সকলোকেইটা ভূমি সীমা-শুল্ক আস্থানক ডিজিটেল তথ্যভিত্তিসহ বৈদ্যুতিক তথ্য বিনিময় ভূমি সীমা-শুল্ক আস্থানলৈ পৰিৱৰ্তিত কৰা।
  • বাংলাদেশত অনুৰূপ ভূমি-বন্দৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা।
  • গ্ৰাম্য আন্তঃগাঁথনিত বিনিয়োগ কৰা  আৰু প্ৰাথমিক উৎপাদনকাৰীক অধিক লাভ দিয়াৰ বাবে মধ্যভোগীৰ ভূমিকা হ্ৰাস কৰা
  • কৃষকে যাতে উৎপাদিত সামগ্ৰী সময়মতে বিক্ৰি কৰিব পাৰে তাৰ বাবে উৎপাদনস্থলীৰ সমীপৱৰ্তী এলেকাত বজাৰ আৰু আন আন আন্তঃগাঁথনিৰ সৃষ্টি কৰা।
  • কৃষিক লাভজনক কৰি তোলাৰ বাবে নীতি বলৱৎ কৰা
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৃষি নীতিৰ মাজত অধিক একতাৰ সৃষ্টি কৰা আৰু কৃষকৰ উপাৰ্জন বঢ়োৱাৰ বাবে কৃষিজাত দ্ৰব্যৰ ৰপ্তানী বৃদ্ধি কৰা

ভাৰতৰ জ্যেষ্ঠ সীমা-শুল্ক বিষয়া এছ কে মহাপাত্ৰই জোৰ দি কৈছে যে ৰপ্তানীকাৰীসকলে জোখ মাখৰ বাবে নিজস্ব সা-সুবিধা জোগাৰ কৰিব লাগে যাতে সীমা পাৰ হওঁতে অপ্ৰয়োজনীয় বিলম্বৰ পৰা হাত সাৰিব পৰা যায়।

তেওঁ আৰু কয় যে পূব ভাৰতৰ ৰপ্তানীকাৰীসকলে এই সা-সুবিধাখিনি নিজাকৈ যোগাৰ কৰাত কিছু অনীহা দেখুৱাইছে। ফলত সময় আৰু বিনিময় ব্যয় বৃদ্ধি হৈ আছে।

তেওঁ আৰু কয় যে কৃষিজাত উৎপাদনৰ সৈতে জড়িত বাংলাদেশৰ ‘প্ৰাণ’ (PRAN) আদি কোম্পানীক ভাৰতৰ চুবুৰীয়া ৰাজ্যসমূহত উৎপাদন গোট স্থাপন কৰাৰ বাবে উৎসাহিত কৰিব লাগে। ‘‘আৰু তেতিয়াহে আমাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য লাভ কৰিব’’ বুলি তেওঁ কয়।

কাটছৰ আঞ্চলিক সঞ্চালক ব্ৰতীন্দ্ৰ ভট্টাচাৰ্যই কয় যে ৰাহুল আৰোৰাৰ প্ৰতিৱেদনৰ ওপৰত হোৱা ঘুৰণীয়া মেজমেলৰ বহুতো পৰামৰ্শ তেওঁৰ সংস্থাটোৱে গ্ৰহণ কৰিব।

তেওঁ কয়, ‘‘বাণিজ্য, সীমা-শুল্ক, চৰকাৰ আৰু উৎপাদনকৰ্তাসকলৰ সৈতে জড়িত সকলৰ পৰা অহা সকলো বাস্তবায়িত কৰিব পৰা পৰামৰ্শৰ বাবে আমাৰ প্ৰতিৱেদনৰ অন্তিম প্ৰতিলিপিত স্থান থাকিব।

সুবীৰ ভৌমিক

সুবীৰ ভৌমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd