• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-বাংলা সীমান্ত ছীল কৰা সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 9:05 pm
Indo-Banga border fencing: Assam CM Sonowal discusses with HM Rajnath Singh

ভাৰত-বাংলা সীমানত ছীল কৰা সম্পৰ্কত পূৰ্বৰ এক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সোণোৱাল

206
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম কাজকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।

আলোচনাকালত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আংশিক খচৰা প্ৰকাশৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজৰ ওপৰত আলোচনা কৰা হয়। আলোচনা কালত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নাগৰিকপঞ্জীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহযোগিতাৰে এন আৰ চি কৰ্তৃপক্ষক সহায় সহযোগিতা আগবঢ়োৱাৰ দিশতো আলোচনা কৰা হয়।

আলোচনাকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা কাম-কাজৰ অগ্ৰগতিৰ বিষয়সমূহ খৰচি মাৰি আলোচনা কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ২০১৮ বৰ্ষৰ ডিচেম্বৰ  মাহৰ ভিতৰত ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ লক্ষ্য স্থিৰ কৰি সেইমতে কামত অগ্ৰসৰ হোৱাৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হয়।

আজিৰ বৈঠকতে ভাৰত-ভূটান সীমান্ত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন আৰু আন্তঃগাঁথনি উন্নয়ন সাধন, ক্ৰীড়া আৰু সাংস্কৃতিক চৌহদ নিৰ্মাণ সম্পৰ্কেও আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই সকলোবোৰ কাম-কাজত ৰাজ্য চৰকাৰৰ সৈতে সম্পূৰ্ণ সহায় সহযোগিতাৰে আগবাঢ়িব বুলি কয়।

Recent News

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

হাতৰ আখৰ কিয় বেয়া? তৃতীয় শ্ৰেণীৰ ছাত্ৰজনক হাত জ্বলাই শাস্তি দিলে শিক্ষকে!

হাতৰ আখৰ কিয় বেয়া? তৃতীয় শ্ৰেণীৰ ছাত্ৰজনক হাত জ্বলাই শাস্তি দিলে শিক্ষকে!

ট্ৰাম্পৰ শুল্কৰ বাবে পুৱাই শ্বেয়াৰ বজাৰত জোকাৰণি; ১৫ মিনিটতে ৫ লাখ কোটি টকা ডুবিল বিনিয়োগকাৰীৰ

ট্ৰাম্পৰ শুল্কৰ বাবে পুৱাই শ্বেয়াৰ বজাৰত জোকাৰণি; ১৫ মিনিটতে ৫ লাখ কোটি টকা ডুবিল বিনিয়োগকাৰীৰ

তদন্তৰ আওতাত থকা ব্যক্তিক আইনী পৰামৰ্শ দিয়া অধিবক্তাক তদন্তকাৰী সংস্থাই চমন জাৰি কৰিব নোৱাৰিবঃ ছুপ্ৰীম কোৰ্ট

তদন্তৰ আওতাত থকা ব্যক্তিক আইনী পৰামৰ্শ দিয়া অধিবক্তাক তদন্তকাৰী সংস্থাই চমন জাৰি কৰিব নোৱাৰিবঃ ছুপ্ৰীম কোৰ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd