• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা আৰু নকল পত্ৰৰ বিৰুদ্ধে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দাখিল কৰিলে গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 10:49 am
Zeliang-672x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ নকল স্বাক্ষৰেৰে সৈতে নকল লেটাৰহেডত এখন ভুৱা পত্ৰ প্ৰচাৰ কৰাৰ বাবে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বুধবাৰে এখন এজাহাৰ দাখিল কৰিছে।

নাগালেণ্ডৰ কোহিমাৰ আৰক্ষী অধীক্ষকক দিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া স্বাক্ষৰিত অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে এখন ভুৱা তথা নকল পত্ৰ ছচিয়েল মিডিয়াত, বিশেষকৈ হোৱাটএপত প্ৰসাৰিত হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অভিযোগ কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লেটাৰহেডখন নকল কৰা হৈছে আৰু একেদৰে এটা নকল লেটাৰ নম্বৰো দিয়া হৈছে।

 

ইয়াৰ লগতে ইমেজৰ ওপৰত চুপাৰ ইম্পোজ কৰি মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ চহীও জাল কৰা হৈছে।

অভিযোগ পত্ৰৰ সৈতে হোৱাটএপ মেছেজৰ এটা প্ৰিন্ট আউট কপিও দাখিল কৰা হৈছে। অভিযোগ পত্ৰত লগতে উল্লেখ কৰা হৈছে যে এয়া এক গুৰুত্বপূৰ্ণ  আৰু চাইবাৰ অপৰাধৰ বিষয়।

অভিযোগ কৰা হৈছে যে ’’সমাজত বিশৃংখলা আৰু মানুহৰ মনত ভ্ৰান্ত ধাৰণা সৃষ্টি কৰাৰ উদ্দেশ্যৰে’’এই উৰা বাতৰি বিয়পাই দিয়া হৈছে। ‘’ ভুল পথে পৰিচালনা কৰাৰ, সন্মান হানিকাৰক এই কাৰ্য এক অপৰাধমূলক ঘটনা,’’-অভিযোগ পত্ৰত কোৱা হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কোহিমাৰ আৰক্ষী অধীক্ষক গৰাকীক বিষয়টো তদন্ত কৰি এই কাৰ্যৰ ষড়যন্ত্ৰকাৰীক আইনৰ আওতালৈ অনাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm
এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd