• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা নথি-পত্ৰেৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা বাংলাদেশীৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 8, 2017 12:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ চলি থকা নাগৰিকপঞ্জী পৰীক্ষণৰ ওপৰত কালি উজানবজাৰস্থিত শ্বহীদ ভৱনত সদৌ অসম  ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত এখন যৌথ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আছু আৰু কৰ্মচাৰী পৰিষদে সহমত প্ৰকাশ কৰে  যে অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে নিজৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছে। দুয়োটা সংগঠনৰ নেতৃবৰ্গৰ মাজত হোৱা এই বৈঠকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিষয়টো বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে খচৰা প্ৰস্তুতৰ কামত ব্যস্ত থকাসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। উক্ত বৈঠকত অহা ৩১ ডিচেম্বৰত প্ৰকাশ প্ৰকাশ পাবলগীয়া নাগৰিকপঞ্জীৰ খচৰাত অবৈধ বাংলাদেশী নামমুক্ত আৰু কেৱল ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত আছুৰ নেতৃত্বত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি উপ-সভাপতি বিপুল ৰাভা আৰু চিত্ৰ বসুমতাৰী উপস্থিত থকাৰ লগতে কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, উপ-সভাপতি অনুপ কুমাৰ বৰঠাকুৰ, ভূপেন বৰুৱা আৰু যুটীয়া সম্পাদক ফকৰুদ্দিন আহমেদ, শ্যামন্ত দাসৰ নেতৃত্বত এটা প্ৰতিনিধি দল উপস্থিত থাকে।

নাগৰিক পঞ্জীৰ সন্দৰ্ভত দুয়োটা সংগঠনৰ নেতৃবৰ্গই এটা বিবৃতিত কয়, ‘ছাত্ৰ সন্থা আৰু কৰ্মচাৰী পৰিষদৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পুৰ্ণ আস্থা আছে। নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম-কাজ সম্পূৰ্ণ হোৱালৈকে উচ্চতম ন্যায়ালয়ৰ তদাৰক অব্যাহত থকাটো আমি আশা কৰিছো।’

যৌথভাৱে অনুষ্ঠিত হৈ যোৱা বৈঠকত মত প্ৰকাশ কৰে যে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ অন্যতম পদক্ষেপ হ’ল এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা। অসমৰ জনসাধাৰণে নাগৰিকপঞ্জীৰ প্ৰ-পত্ৰ পূৰণ কৰিলে আৰু বৰ্তমান সময়ত পূৰ্ণ গতিত পৰীক্ষণৰ কাম-কাজ চলি আছে। এইক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলে অতি নিষ্ঠা আৰু সততাৰে পুনৰীক্ষণৰ কাম কৰি আছে। অসমৰ খিলঞ্জীয়া সকলক সুৰক্ষিত কৰা তথা জাতিটোক সুৰক্ষিত কৰাৰ দায়িত্ব বৰ্তমান এই বিষয়া-কৰ্মচাৰী সকলৰ হাতত ন্যস্ত হৈ পৰিছে।

উল্লেখনীয় যে নাগৰিকপঞ্জী প্ৰস্তুতৰ কামত জড়িত বিষয়া-কৰ্মচাৰী সকলে এই কামক জাতীয় দায়িত্ব হিচাপে লৈ নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি যোৱা বুলি কৰ্মচাৰী পৰিষদে এই বৈঠকত জানিবলৈ দিয়ে। তদুপৰি এই প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকল কোনো পৰিস্থিতিতে যাতে নিৰাপত্তাহীনতাৰ সন্মুখীন নহয় তাৰ বাবে সকলোধৰণৰ পদক্ষেপ ল’বলৈ অসম চৰকাৰক দাবী উত্থাপন কৰে।

যৌথ সভাই অবৈধ বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ নাগৰিকপঞ্জীৰ সমন্বয়ক, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মহা পঞ্জীয়ক সকলক সকলো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd