• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ মোৰে’ত এগৰাকী মহিলাসহ চাৰিজন ৰহিঙীয়া অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 2:34 pm
four-rohingya-570x320
88
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ আৰক্ষীৰ এটা দলে ৰাজ্যখনৰ মোৰে’ জিলাৰ পৰা এগৰাকী মহিলাকে ধৰি চাৰিগৰাকী ৰহিঙীয়া অনুপ্ৰৱেশকাৰীক আটক কৰিছে।

ঘটনাৰ বিৱৰণি মতে, মঙলবাৰে আৱেলি প্ৰায় ৪ বজাত টেংনৌপলৰ আৰক্ষী অধীক্ষক ড০ এছ ইবোমোচা সিঙৰ তত্বাৱধানত মোৰে’ৰ  উপ আৰক্ষী অধীক্ষক থমাছ থকচোমৰ নেতৃত্বত চি ডিঅ’ মোৰে’ৰ এটা দলে মোৰে’ৰ ২নং গেটৰ কাষৰ এখন হোটেলত এটা তালাচী অভিযান চলাই চাৰিগৰাকী ৰহিঙীয়া অনুপ্ৰৱেশকাৰীক আটক কৰে।

আটকাধীন ৰহিঙীয়া অনুপ্ৰৱেশকাৰীকেইজনক ম্যানমাৰৰ য়াখাইৰ জোবেৰ, বয়স ২১ বছৰ, পিতৃ ৱাৰহুছেইন, ম্যানমাৰৰ য়াখাইৰ পৰা অহা  ১৯ বছৰীয়া কামাল হুছেইন, পিতা আবু তাহেৰ, আৰু ম্যানমাৰৰ য়াখাইৰ নিবাসী  ১৯ বছৰীয়া মুন্নী বিবি, পিতৃ মহম্মদ বুলি জানিব পৰা গৈছে।

এই ৰহিঙীয়া অনুপ্ৰৱেশকাৰীসকলক ইম্ফল ইষ্টৰ লিলং উৰুপ আৰাপ্‌তি লেইকাইৰ বাসিন্দা তাখেলামবাম ছুবোল সিং নামৰ ২৯বছৰীয়া লোকজনে সৰবৰাহ কৰি আনিছিল।

অনুপ্ৰৱেশকাৰীকেইজনৰ সৈতে সৰবৰাহকাৰী সিঙকো আটক কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা ৪ ৰহিঙীয়াৰ সৈতে সৰবৰাহকাৰীজনকো মোৰে’ আৰক্ষীৰ হাতত গটাই দিয়া হৈছে।

গ্ৰেপ্তাৰ কৰা লোকসকলক আৰক্ষীয়ে ইতিমধ্যে উপৰ্যুপৰি জেৰা আৰম্ভ কৰিছে।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি মোৰে’ আৰক্ষীয়ে ঘটনাৰ এটা অনুসন্ধান আৰম্ভ কৰিছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd