• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰৰ ১৮ টা কোষাগাৰ আৰু উপ কোষাগাৰত অনলাইন ব্যৱস্থা প্ৰৱৰ্তন

সভাপতি চামম by সভাপতি চামম
April 26, 2018 9:57 pm
onlinetransaction-kKdC--621x414@LiveMint
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যয়ৰ সময়-সাপেক্ষ নিৰীক্ষণৰ সুবিধাৰ বাবে মণিপুৰৰ ১৮টা কোষাগাৰ আৰু উপ কোষাগাৰত দ্ৰুত আৰু উজু অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কোষাগাৰ আৰু হিচাপ বিভাগৰ সঞ্চালক চ অজিত সিঙে কয় যে সম্পূৰ্ণ কাৰ্যক্ষম ১১টা জিলা কোষাগাৰ আৰু ৭টা উপ কোষাগাৰক বেংকিং কোষাগাৰলৈ পৰিবৰ্তিত কৰা হৈছে।

চৰকাৰী সমস্ত প্ৰকাৰৰ চৰকাৰী লেনদেন যেনে দৰমহা, পেনছন আদি কোষাগাৰ আৰু উপ কোষাগাৰসমূহৰ দ্বাৰা সম্পন্ন কৰা কৰি অহা হৈছে।

বিভিন্ন ৰাজ্যৰ লগতে নিজ ৰাজ্যৰো কৰ আৰু ষ্টাম্প বিক্ৰিৰ (ন্যায়িক আৰু অ-ন্যায়িক) প্ৰাপ্তি আদি কৰ-বিহীন সমলসমূহো এই বিভাগটোৱে সম্পন্ন কৰি আহিছে। হিচাপ ৰক্ষণ( accounts ) তেওঁ কয় যে মাহেকীয়া চিভিল একাউণ্টসমূহ সংশ্লিষ্ট কোষাগাগাৰসমূহে সম্পাদনা কৰে আৰু সেইবোৰ মণিপুৰৰ মহাগাণনিকৰ কাৰ্যালয়লৈ পঠোৱা হয়। পেনছনৰ ডিজিটেল নথিকৰণৰ সন্দৰ্বত তেওঁ কয় যে কিচুমান কোষাগাৰ আৰু উপ কোষাগাৰৰ অৱস্থা বেয়া ্ৱস্থাত আছে আৰু থৌবালৰ কো,আগাৰ আৰু উপ কোষাগাৰ এই বছৰতেই সম্পূৰ্ণ কৰি তোলা হ’ব।

ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (Public Financial Management System) প্ৰত্যক্ষ হিত পৰিৱৰ্তনৰ (Direct Benefit Transfer) ওপৰত বক্তব্য ৰাখি তেওঁ কয় যে ৰাজ্যখনত ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা বাস্তৱায়িত কৰা হৈছে আৰু ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপনা গোট ( State Project Management Unit) স্থাপন কৰা হৈছে আৰু কোষাগাৰ আৰু গাণনিক সঞ্চালকালয়ত ইয়াক মুকলি কৰা হৈছে।

ৰাজ্য চৰকাৰৰ অধীনতৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাৰ দ্বাৰা এতিয়ালৈকে  চি এছ এছ বাস্তৱায়িত কৰা ২৫৩৫টা এজেঞ্চি গঠন কৰা হৈছে। তেওঁ আৰু কৈছে যে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাত পঞ্জীয়ন কৰা মুঠ এজেঞ্চিৰ সংখ্যা হৈছে প্ৰায় ১০,০০০ টা আৰু ৰাজ্য চৰকাৰে এইবিলাকৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিছে। এই ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাৰ দ্বাৰা এতিয়ালৈকে ২৪,৬৪১ ডি বিটি লেনদেন সম্পন্ন কৰা হৈছে।

পেনছনাৰৰ ফটো আপডেট কৰাৰ সন্দৰ্ভত ইম্ফল ৱেষ্টৰ কোষাধ্যক্ষ ৰিণিতা দেৱীয়ে কয় যে বছৰত দুবাৰকৈ প্ৰতিগৰাকী পেনছনাৰৰ ফটো আপডেট কৰা হয়। কোষাগাৰলৈ আহিব নোৱাৰা পেনছনাৰৰ ঘৰলৈ বিষয়াসকলক পঠায়ো ফটো আপডেট কৰা হয় বুলি তেওঁ কয়।

বিভাগীয় উপ সঞ্চালক ক্ষ ইমোকান্তা সিঙে কয় যে ২০০৫ চনৰ ১ জানুৱাৰি বা তাৰ পাছত চাকৰিত যোগদান কৰা চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীসকলৰ বাবে ৰাজ্যিক পেনছন ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। ২০১৮ চনৰ ২৯জানুৱাৰিত ৰাজ্যিক পেনছন ব্যৱস্থাৰ সেৱা গ্ৰহণকাৰীৰ সংখ্যা হৈছে ৩৪,১৬৯।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd