• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী-বিধায়কৰ ছত্ৰছায়াত ৰাজ্যত চলি আছে চুপাৰিৰ বৃহৎ ছিণ্ডিকেট : অখিল গগৈ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 11, 2018 8:20 pm
Akhil Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কয়লাৰ ছিণ্ডিকেটে তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ দেশৰ লগতে সমগ্ৰ অসমত চুপাৰি ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈয়ে।

আজি গোলাঘাটত এক সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কৃষক নেতা গৰাকীয়ে কয় যে সম্পূৰ্ণ অবৈধ ভাৱে চলা উক্ত চুপাৰি ছিণ্ডিকেট মন্ত্ৰী-বিধায়কৰ লগতে একাংশ চৰকাৰী বিষয়াও জড়িত আছে।

গোলাঘাট আৰু বৰাকৰ পৰা চুপাৰিৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ অভিযোগ কৰি অখিল গগৈয়ে কয় যে ম্যানমাৰ তথা  ইণ্ডোনেছিয়াৰ পৰা অবৈধ ভাৱে অসমলৈ চুপাৰিৰ সৰবৰাহ কৰা হয়।

এই সমগ্ৰ ছিণ্ডিকেটৰ মূল নায়ক গোলাঘাটৰ আব্দুল হান্নান ওৰফে বাবলু আৰু বৰাকৰ দীপাংকৰ দেৱ আৰু অঞ্জন পাল বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

শুল্ক কৰ, জি এছ টি আদি কোনোধৰণৰ কৰ নিদিয়াকৈ মাত্ৰ ১% কৃষি বিপণনৰ উপ কৰ দি ম্যানমাৰৰ ডাঙৰ বগা চুপাৰি অবৈধ ভাৱে অসমলৈ আনি সেই চুপাৰি সমূহত ৰঙা ৰং ঢালি অসমৰ সৰু চুপাৰিৰ দৰে কৰি দেশৰ লগতে ৰাজ্যখনত চুপাৰিৰ চোৰাং বেহা মেলিছে চুপাৰিৰ মাফিয়া সকলে।

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী, এগৰাকী বিধায়ক আৰু কৃষি বিপণন পৰিষদৰ একাংশ বিষয়াই চুপাৰিৰ মাফিয়াৰ লগত মিতিৰালি কৰি বৃহৎ ধনৰ বিনিময়ত এই ৰমৰমীয়া বেহা চলাই যোৱাৰ সুবিধা কৰি দিয়া বুলি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে।

আনহাতে অহা এমাহৰ ভিতৰত যদি চৰকাৰে ৰাজ্যখনত চুপাৰিৰ ছিণ্ডিকেট বন্ধ নকৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজে চুপাৰিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd