• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ জু-ৰ’ডৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; আবদ্ধ বৃদ্ধক উদ্ধাৰ; চলি আছে নিৰ্বাপণৰ চেষ্টা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2018 6:35 pm
CityFire

অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটো।

95
VIEWS
Share on FacebookShare on Twitter

আজি বিয়লি ৪:৫০ মিনিটত মহানগৰীৰ জু-ৰ’ডৰ নাৰ্ছাৰীত থকা এটা অট্টালিকাৰ ছাদত জুইৰ সূত্ৰপাত হয়। এতিয়া পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, নিৰ্বাণ টাৱাৰ নামৰ অট্টালিকাটোত থকা কৰিমছ নামৰ ৰেষ্টুৰেণ্খটনৰ ওপৰ মহলা অৰ্থাৎ তৃতীয় মহলাত এই জুইৰ সূত্ৰপাত ঘটে।

অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ পঞ্চম মহলাত প্ৰশান্ত দত্ত নামৰ এজন বৃদ্ধ লোক প্ৰায় ৪৫ মিনিট সময় আবদ্ধ হৈ পৰিছিল যদিও ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন বাহিনী (SDRF)ৰ কৰ্মী উপস্থিত হৈ খিৰিকী ভাঙি অট্টালিকাটোত প্ৰৱেশ তৎপৰতাৰে বৃদ্ধজনক উদ্ধাৰ কৰিছে।

জনামতে, প্ৰশান্ত দত্ত নামৰ বৃদ্ধলোকজন শিৱসাগৰৰ পৰা চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি তাত আছিল। তেওঁ আঘাত পোৱা নাই যদিও ভয় খোৱা বাবে সাধাৰণৰ চিকিৎসাৰ বাবে দিচপুৰ হস্পিটেললৈ নিয়া হয়।

আনহাতে স্থানীয় লোকে এই অট্টালিকাৰ গৰাকী ইন্দ্ৰ কলিতা নামৰ হাউছিং ব’ৰ্ডৰ আয়ুক্ত এগৰাকী বুলি জানিবলৈ দিয়ে। আৰক্ষী আৰু স্থানীয় লোকে জুই লগাৰ কাৰণ হিচাপে শ্বৰ্ট চাৰ্কিটেই হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। জুই লগাৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্ৰটোৱে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd