• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ পল্টনবজাৰ আৰক্ষীয়ে কালি আটক কৰা দুজন দুষ্কৃতিকাৰীক আজি দণ্ডাধীশৰ আগত হাজিৰ

মুকুট দাস by মুকুট দাস
June 26, 2018 10:16 pm
PaltanBazarPolice

পল্টনবজাৰ আৰক্ষীয়ে আজি কামৰূপ মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা গুজৰাট বড়ো (ৰঙা চোলাৰজন) আৰু য়ুছুফ হক।

75
VIEWS
Share on FacebookShare on Twitter

পল্টনবজাৰ আৰক্ষীয়ে কালি, অৰ্থাৎ ২৫ জুনত মহানগৰীৰ এটা শ্বপিং মলত এগৰাকী ছোৱালীক যৌন নিৰ্য্যাতন কৰাৰ অভিযোগত এজন লোকক আটক কৰে।

পল্টনবজাৰ আৰক্ষীয়ে আটক কৰা ৩৮ বছৰীয়া এই লোকজন কোকৰাঝাৰৰ গুজৰাট বড়ো বুলি জনা গৈছে। আৰক্ষীয়ে জনোৱা মতে লোকজনে মহানগৰীৰ বিগ বজাৰ নামৰ শ্বপিং মলটোত এজনী ২৪ বছৰীয়া ছোৱালীক কালি যৌন নিৰ্য্যাতন কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে ছোৱালীজনীয়ে আৰক্ষীক জনোৱাৰ লগে লগেই আৰক্ষীয়ে লোকজনক আটক কৰে। লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাত 613/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। অভিযুক্তজনক আৰক্ষীয়ে আজি কামৰূপ মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰায়।

আনহাতে পল্টনবজাৰ আৰক্ষীয়ে একেটা দিনতে ম’বাইল ফ’ন চুৰিত জড়িত থকাৰ অপৰাধত এজন যুৱককো আটক কৰে। ২৯ বছৰীয়া এই যুৱকজনৰ নাম য়ুছুফ হক বুলি জনা গৈছে। য়ুছুফৰ ঘৰ গুৱাহাটীৰ উলুবাৰীৰ কছাৰীবস্তিত বুলি জনাইছে আৰক্ষীয়ে। য়ুছুফৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত 612/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। তেওঁকো আৰক্ষীয়ে আজি কামৰূপ মহানগৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰায়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd