• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম’হ যুঁজ আৰু বুলবুলি যুঁজৰ দৰে কুকুৰা যুঁজো নিষিদ্ধ কৰিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 7:35 pm
COCK_FIGHT
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোগালী বিহুৰ সময়ত অসমৰ মানুহে ম’হযুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজৰ আয়োজন কৰি আনন্দ লোৱাৰ কৌটি কলীয়া পৰম্পৰা আছে। পিছে শেহতীয়াকৈ যোৱা কেইবছৰ মানৰ পৰা আইনী হস্তক্ষেপৰ বাবে ম’হযুঁজ আৰু বুলবুলি চৰাই যুঁজ স্তব্ধ হোৱাৰ পিছত এইবাৰ কুকুৰা যুঁজো বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো দিয়ে।

উল্লেখযোগ্য যে আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা মাঘ বিহুত ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ চলি আহিছিল। কিন্তু যোৱা ২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি সকলো ধৰণৰ জীৱ-জন্তুৰ দৌৰ, যুঁজ নিষিদ্ধ কৰে।

অৱশ্যে তাতকৈ অধিক নিষ্ঠুৰতা ম’হ বলি তথা ছাগলী, হাঁহ-পাৰ বলিত কোনো নিষেধাজ্ঞা আৰোপ কৰিব পৰা নাই আদালতে। তথাপি কুকুৰাৰ যুঁজ এতিয়াও চলি আছিল।

বিশেষকৈ শিৱসাগৰ জিলাৰ চেপন আৰু ডিমৌৰ কিছুমান অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আজি ডিব্ৰুগড় জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

September 5, 2025 6:12 pm
‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

September 5, 2025 5:10 pm
লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

September 5, 2025 4:19 pm
বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

September 5, 2025 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

September 5, 2025 6:12 pm
‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

September 5, 2025 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd