• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ ইলা চুতীয়ালৈ ‘ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিঙ্গেল বঁটা’

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 3, 2018 8:21 pm
20dab741-70cb-4396-8924-ea687f60ac49
477
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই নিজৰ কৰ্মনিষ্ঠা আৰু উল্লেখনীয় সেৱাৰে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মী। মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনৰ মহিলা স্বাস্থ্য পৰিদৰ্শিকা ইলা চুতীয়াক ‘ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিঙ্গেল বঁটা-২০১৮’ৰ বাবে বাছনি কৰিছে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।

নতুন দিল্লীত অহা ১২ মে’ত  ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা তেওঁ এই সন্মান গ্ৰহণ কৰিব।

উল্লেখ্য যে নাৰ্ছিং সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে বিশ্বৰ মানৱ দৰদী মহান নাৰ্ছ ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্মদিন ১২ মে’ৰ দিনা পালন কৰা ‘আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস’ৰ শুভ ক্ষণত জনসাধাৰণক উৎকৃষ্ট নাৰ্ছিং সেৱা প্ৰদান কৰি অহা দেশৰ কেইগৰাকীমান নাৰ্ছক মহামহিম ৰাষ্ট্ৰপতিয়ে এই সন্মানীয় বঁটাটি প্ৰদান কৰি আহিছে।

এই বঁটাত আছে  ৫০ হেজাৰ টকাৰ ধনৰাশি, এখন প্ৰশস্তি পত্ৰ আৰু এটা সুশোভিত মেডেল। এই অতি সন্মানীয় ৰাষ্ট্ৰীয় নাৰ্ছিং বটাৰ বাবে বাছনি লাভেৰে মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িওৱাৰ বাবে ইলা চুতীয়াক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ফুলাম গামোছা আৰু শৰাইৰে উষ্ম সম্বৰ্ধনা জনাই মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

ইলা চুতীয়াৰ এনে কৰ্মনিষ্ঠা আৰু উদ্যমে নিজৰ লগতে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়াকো অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে।

অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস, চিন্ময় নাথৰ লগতে জিলা প্ৰশাসনৰ আটাইকেইগৰাকী কাৰ্যবাহী দণ্ডাধীশ, বিষয়া, জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডা: শশীধৰ ফুকন, কমলাবাৰী ব্লক পিএইচ চিৰ মহকুমা স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱজ্যোতি শইকীয়াও উপস্থিত থাকে।

Recent News

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd