• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি গধুৰ যান-বাহনৰ দৌৰাত্ম্য

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 25, 2018 6:00 pm
139
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে পুৱাৰ ভাগত মাৰ্ঘেৰিটা নগৰত গধুৰ যান-বাহন প্ৰৱেশৰ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও একাংশ গধুৰ বাহনৰ চালকে এই নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি সদাব্যস্ত এই ৰাষ্ট্ৰীয় ঘাই পথটোৰে গধুৰ যান-বাহন অহা-যোৱা কৰাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষকৈ মাৰ্ঘেৰিটা ব্লক তিনিআলি, বৰগোলাইৰ নেফা চাহ ফেক্টৰীৰ সমীপত, লিডু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় আৰু লিডুৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মধ্য ভাগকে ধৰি ঠাই সমূহ যাতায়াতৰ বাবে বিপজ্জনক হৈ পৰিছিল।

ফলত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে পুৱা ৮ বজাৰ পৰা ১১  বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৭ বজালৈকে মাৰ্ঘেৰিটা নগৰৰ মাজেদি যোৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথেদি গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল।

মন কৰিব লগীয়া যে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু মহকুমা দণ্ডাধীশে যৌথভাৱে চলিত বৰ্ষৰ ১২ এপ্ৰিলত এম চি এ ১.২০০৮/পি টি-১১১/১৬৭৬-১৮ নম্বৰৰ যোগে এক নিৰ্দেশনা জাৰি কৰা সত্ত্বেও একাংশ গধুৰ যান-বাহনৰ চালকে নিজৰ মইমতালিৰে প্ৰশাসনৰ নিৰ্দেশনাকো অৱমাননা কৰি আহিছে।

অৱশ্যে এই সময়ছোৱাত গধুৰ যানবাহনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া ন’ এন্ট্ৰি জ’নৰে অৱশ্যে পাব্লিক বাচ, স্কুল বাচ, অগ্নিনিৰ্বাপক বাহিনী, জৰুৰীকালিন সেৱা, সেনা বাহিনী, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছিল।

এতিয়া  স্থানীয় ৰাইজে এই সকল উদণ্ড চালকক মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে নাকী লগাবলৈ সক্ষম হ’বনে বুলি প্ৰশ্ন উত্থাপন কৰে।

Recent News

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd