• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ সময়সীমা ওকলিবলৈ দুদিন বাকী : মেৰামতি নহ’ল ছেৱাগুৰি মথাউৰি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 28, 2018 8:39 pm
মথাউৰি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ মথাউৰি সমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে সেই সময়তে বিশ্বনাথৰ ছেৱাগুৰি মথাউৰিটো খহনীয়াৰ কবলত পৰাৰ বাবে শংকিত হৈ পৰিছে বিশ্বনাথবাসী।

উল্লেখযোগ্য যে বাৰিষা নৌহওঁতেই মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ গ্ৰাসত পৰিছে বিশ্বনাথৰ ছোৱাগুৰি মথাউৰি । বিগত ৩ দিনত ছোৱাগুৰি মথাউৰিটোৰ বহু অংশ খহাই নিয়াৰ লগতে প্ৰায় ২০-৩০ বিঘা মাটি লুইতৰ বুকুত জাহ গৈছে। কিন্তু মুখ্য মন্ত্ৰীৰ ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ কঠোৰ নিৰ্দেশ থকাৰ পিছতো জলসম্পদ বিভাগে এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত স্থানীয় ৰাইজ বিভাগটোৰ ওপৰত ক্ষোভিত হৈ পৰিছে।

ইফালে বিশ্বনাথ জিলাৰ ৰক্ষা কবচ বিশ্বনাথঘাট পানপুৰ মথাউৰিয়েও নিদ্ৰা হৰণ কৰিছে সমগ্ৰ বিশ্বনাথবাসীৰ। সম্প্ৰতি বিশ্বনাথ ঘাট পানপুৰ মথাউৰিটোৰ জিঅ’বেগৰ বাবে বিশ্বনাথ ভোজমাৰী আৰু চিলামাৰী অঞ্চলৰ ৭.৬ কি. মি. ৰ বাবে প্ৰায় ১০০ কোটি টকাৰ আবণ্টন দিয়া হৈছিল।

কিন্তু টকা আবণ্টন দিয়াৰ পিছতো চৰকাৰে মথাউৰি নিৰ্মাণৰ বাবে ঠিকাদাৰক ধন মোকলাই নিদিয়াৰ বাবে আজি লৈকে ভোজমাৰী আৰু চিলামাৰী অঞ্চলৰ জিঅ’বেগৰ কাম সম্পূৰ্ণ হৈ নুঠিল।

আনহাতে বিশ্বনাথৰ যি ৬ কি:মি: জিঅ’বেগৰ কাম হৈছিল তাকো যোৱা বাৰিষাত মহাবাহু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে প্ৰায় ৬০ শতাংশ খহাই নিয়ে।

বিগত এটা বছৰ পাৰ হোৱাৰ পিছতো এই ভগ্নাংশ কোনো ধৰণৰ মেৰামতি নকৰাৰ বাবে আগন্তুক বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানীয়ে নিমিষতে খহাই নি বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল গ্ৰাস কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখযোগ্য যে ২০১২ চনত এই বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ চতিয়া আৰু জামুগুৰিহাটৰ প্ৰায় ২ সহস্ৰাধিক গাঁও পানীৰ তলত বুৰ গৈছিল যাৰ বাবে হাজাৰ হাজাৰ পশু ধন তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি সাধন হৈছিল।

মন কৰিব লগীয়া যে এতিয়া মুখ্য মন্ত্ৰীয়ে মথাউৰি নিৰ্মাণৰ বাবে দিয়া ডেড লাইনৰ অন্তিম সময়সীমালৈ মাথো দুটা দিন বাকী থকা জলসম্পদ বিভাগে এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd