• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তুৰাৰ শ্বেৰউড স্কুলৰ জয় যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 11:14 am
MBOSE-570x320
94
VIEWS
Share on FacebookShare on Twitter

মেঘালয় ব’ৰ্ড অফ স্কুল এডুকেশ্যনৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বা দশম শ্ৰেণীৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

মেঘালয় ব’ৰ্ড অফ স্কুল এডুকেশ্যনৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইয়াৰ নিজা ৱেবছাইট – megresults.nic.in ঘোষণা কৰা হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫০০৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৮৪২৪ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে শতকৰা ৫৬.৭৬ শতাংশ।

এই পৰীক্ষাত প্ৰথম তিনিটা স্থান লাভ কৰিছে গাৰো পাহাৰৰ তুৰাৰ শ্বেৰউড বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।

তুৰাৰ শ্বেৰউড বিদ্যালয়ৰ শিক্ষাৰ্থী অনুৰাগ তিৱাৰীয়ে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮১ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰিছে।

একেখন বিদ্যালয়ৰে তৃষা শীল শৰ্মাই ৫৭৩ নম্বৰেৰে দ্বিতীয় স্থান আৰু যশ খাণ্ডেলাৱালে ৫৬৯ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিছে।

আনহাতে, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ২৩১৬০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৭৩১৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৭৪.৭৮ শতাংশ।

শ্বিলঙৰ ছেইন্ট এন্থনি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী লিলি খাৰথাংমৱে সৰ্বমুঠ ৪৪০ নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰিছে।

মুঠ ৪৩৯ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে ছেইন্ট মাৰ্গাৰেট হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছুছানা খাৰমাৱসুন নামৰ শিক্ষাৰ্থীগৰাকীয়ে।

আনহাতে শ্বিলঙৰ ছেইন্ট এন্থনি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী বৃন্দা গেৱালিয়ে ৪৩৬ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে।

 

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd