• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয় বিধানসভাৰ পৰা কাইলৈ পদত্যাগ কৰিব নিৰ্দলীয় বিধায়ক চালেং এ চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2018 9:34 pm
94
VIEWS
Share on FacebookShare on Twitter

নিৰ্দলীয় বিধায়ক চালেং এ চাংমাই বৰ্তমানৰ নৱম মেঘালয় বিধানসভাৰ পৰা পদত্যাগ কৰিব। এই কথা বিধায়কজনৰ এটা সূত্ৰই জানিবলৈ দিছে এন ই নাওক। সূত্ৰটোৱে জনোৱা মতে ইয়াৰ পিছতে চাংমাই নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে দুবাৰকৈ বিধায়ক হোৱা চালেঙে যোৱাটো বিধানসভা নিৰ্বাচনত নিৰ্দলীয় হিচাপে গামবাগ্ৰে সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল।

‘মই বিধানসভাৰ সদস্য হিচাপে পদত্যাগ কৰিম।’ এইদৰে কয় বিধায়কজনে।

বৰ্তমানৰ এন চি পিৰ ৰাজ্যিক সভাপতি বিজয় ৰাজে কয় যে চালেঙে ৰাতি ১২.৩০ বজাত দলৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি হিচাপে দায়িত্ব ল’ব। চেলেঙে এন চি পিৰ প্ৰাক্তন প্ৰধান আৰু দক্ষিণ শ্বিলঙৰ প্ৰাক্তন বিধায়ক চেনবৰ চুলাইৰ ঠাইত এই দায়িত্ব ল’ব। চেনবৰ চুলায়ে অলপতে বিজেপিত যোগদান কৰিছিল।

আনহাতে চেলেঙ দাবী কৰিছে যে গাৰো পাহাৰৰো কেইজনমান প্ৰাক্তন বিধায়কে এন চি পিত যোগদান কৰিব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে এন চি পি যোৱা নিৰ্বাচনত ৬০খন আসনৰ মাত্ৰ দুখনহে পাবলৈ সক্ষম হৈছিল। ইয়াৰে ক্ৰমে চেনবৰ চুলাই দক্ষিণ শ্বিলং আৰু মেণ্ডিপথাৰ সমষ্টিৰ পৰা মাৰ্থন চাংমাই জয়ী হৈছিল। দলটোৰ আনজন বিধায়ক মাৰ্থন চাংমাই অহা কেইদিনমানৰ ভিতৰত কংগ্ৰেছত যোগদান কৰাৰ কথা।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd