• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘যুৱ যাত্ৰা’ শীৰ্ষক ছিকিম ভ্ৰমণ দলটোৰ নেতৃত্বত বাইছুং ভূটীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 5:49 pm
team yuba yatra
97
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইছুং ভূটীয়াৰ নেতৃত্বত চিকিমৰ দহজন যুৱকে আজিৰ পৰা আৰম্ভ কৰিছে ‘যুৱ যাত্ৰা’ শীৰ্ষক ছিকিম ভ্ৰমণ।

বাইছুং ভূটীয়াৰ নেতৃত্বত যোৱা এই দহজনীয়া ‘যুৱ যাত্ৰা’ৰ দলটোত আছে ডি এছ লিম্বো, ছেৰিং ৱাংছুক লেপছা, নৱীন কিশোৰ চেত্ৰী, ফুৰ্বা দৰ্জী টামাং, গুৰু প্ৰসাদ লুইটেল, জ্ঞাল্টসেন লেপছা, কেডাৰ নাথ তিৱাৰী, যোগেন ৰায় আৰু ফুৰ্বা ছেৰিং ভূটীয়া।

ৰাজ্যখনৰ জনসাধাৰণৰ লগত তেওঁলোকৰ অভাব-অভিযোগ, আশা-আকাংক্ষা, মতামত আৰু উন্নয়ন সম্পৰ্কত মত বিনিময় কৰাৰ উদ্দেশ্যে এই দহজনীয়া দলটোৱে সমগ্ৰ ছিকিম ভ্ৰমণ কৰিব বুলি বাইছুং ভূটীয়াই উল্লেখ কৰে।

স্মৰ্তব্য যে বাইছুং ভূটীয়াৰ জন্মস্থান দক্ষিণ ছিকিমৰ টিনকিটাম গাঁৱৰ পৰাই এই ভ্ৰমণসূচী আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

‘আমি ছিকিমৰ চাৰিওখন জিলাই ভ্ৰমণ কৰিম। ৰাজ্যখনৰ জনসাধাৰণৰ পৰা নতুন নতুন ধাৰণা আৰু আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে এই যাত্ৰাৰ আয়োজন কৰা হৈছে। আমি সকলো পৰ্যায়ৰ লোক সকলৰ মতামত জনাৰ উদ্দেশ্যে এই যাত্ৰা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিম। সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে মত বিনিময় যাত্ৰাটো অতিকৈ গুৰুত্বপূৰ্ণ’, বাইছুং ভূটীয়াই এনেদৰে মত ব্যক্ত কৰে।

ইয়াৰ উপৰি বাইছুং ভূটীয়াই কয়- ‘মই গৃহ ৰাজ্য ছিকিমৰ জনসাধাৰণৰ বাবে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’।

উল্লেখ্য যে বাইছুং ভূটীয়াই ইতিমধ্যে তৃণমূল কংগ্ৰেছ আৰু পশ্চিম বংগৰ ৰাজনীতিৰ পৰা অব্যাহতি লৈ ছিকিমৰ জনসাধাৰণৰ হৈ সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল। এই উদ্দেশ্যে তেওঁ বিভিন্ন দল-সংগঠনৰ লগতে ছিকিমৰ জনসাধাৰণৰ লগতো আলোচনাত মিলিত হোৱা দেখা গৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd