• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাখ লাখ বাংলাদেশীলৈ ৰঙা দলিচা পাৰি দিছে বিজেপিয়ে – কৃষক মুক্তি সংগ্ৰাম সমিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 2:29 pm
17-05-18 Nagaon- Akhil Gogoi against the Citizenship Amendment Bill (3)

নগাঁৱত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ পুস্তিকা বিতৰণৰ মুহূৰ্তত কষক নেতা অখিল গগৈ। ফটো ইউ বি

116
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে বিদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ জৰিয়তে ভাৰতত সংস্থাপিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক দলিয়াই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ভয়ংকৰ পদক্ষেপ ল’বলৈ গৈছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ এই সংবিধান আৰু দেশ বিৰোধী সিদ্ধান্তই অসম আৰু অসমবাসীক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব।” এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ।

বহস্পতিবাৰে নগাঁও জিলাৰ ধাক্কাইপট্টিত অনুষ্ঠিত হোৱা জনজগৰণ সভাত উপস্থিত হৈ এইদৰে কয় অখিল গগৈয়ে। ভাষণ প্ৰংসগত কৃষক নেতা গৰাকীয়ে কয়- অসমলৈ বংগমূলীয় মুছলমানৰ ফলত ইতিমধ্যে অসমৰ জনগাঁ‌থনিৰ স্থায়ী পৰিবৰ্তন ঘটিছে। ১৯৭১  চনলৈ প্ৰব্ৰজনকাৰীৰ বোজা ল’বলৈ অসম বাধ্য হৈছে। এতিয়া অসম ধংস কৰিবলৈ আৰু অধিক বিদেশীৰ বোজা আমি কোনোপধ্যে ল’ব নোৱাৰো। বিজেপি আৰু আৰ এছ এছে ধৰ্মৰ নামত অসমক চৰণীয়া পথাৰ কৰিব খুজিছে।

তেওঁ লগতে আৰু কয় যে- এই বিধেয়কখন আইনত পৰিণত হ’লে অসমত এতিয়া অবৈধভাৱে বসবাস কৰি থকা  লাখ লাখ অবৈধ বাংলাদেশীৰ  উপৰি বাংলাদেশত থকা ডেৰ কোটিতকৈ অধিক বঙালী হিন্দুক বৈধ অসমীয়া হ’বলৈ ৰঙা দলিচা পাৰি দিব। ফলত অসমীয়াৰ বিপদ অনিবাৰ্য। তদুপৰি এই বিধেয়ক গৃহীত হ’লে অসমবাসীৰ দীৰ্ঘদিনীয়া জাতীয় স্বপ্ন এন আৰ চিৰ প্ৰস্তুতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব।

প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতি থকা অনুষ্ঠানটোত তেওঁ ৰাইজক আহ্বান জনায়, ‘’শৰাইঘাটৰ শেষৰ ৰণৰ বাবে সকলোৱে সাজু হওক, ওলাই আহক শত্ৰুক পৰাস্ত কৰিবলৈ।‘’

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd