• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লিডুত একে নিশাই অগ্নিকাণ্ড আৰু ৭লাখ টকা লুটৰ ঘটনা

মানস প্ৰতিম গগৈ, by মানস প্ৰতিম গগৈ,
July 15, 2018 2:28 pm
Screenshot_20180715-114654
116
VIEWS
Share on FacebookShare on Twitter

 

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। লিডু  আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰীৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বেতাব নামৰ কয়লা ব্যৱসায়ী এজনৰ ঘৰটো হঠাতে দপদপকৈ  জ্বলি উঠে। কিছু সময়ৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হৈ জুই নুমুৱাৰ চেষ্টা কৰে যদিও ইতিমধ্যে ঘৰটো প্ৰায় সম্পূৰ্ণ পুৰি যায়। অগ্নিকাণ্ডৰ সময়ত ঘৰটোত কোনো লোক নথকা হেতুকে কোনো লোকৰ প্ৰাণহানি ঘটা নাই বা কোনো আঘাতপ্ৰাপ্ত হোৱা নাই। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লাখ টকাৰ সা-সম্পত্তি জাহ যায়।

এই অগ্নিকাণ্ডৰ কাৰণ বিদ্যুতৰ বিজুতিৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও কোনো দুষ্কৃতিকাৰীয়ে ঘৰটো জ্বলাই দিয়াৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।

তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ এটা প্ৰান্তত এটা অগ্নিকাণ্ড সংঘটিত হৈ থাকোঁতে অন্য এটা প্ৰান্তত সংঘটিত হয় এক চুৰি কাণ্ড।

জানিব পৰা মতে তিনিচুকীয়া জিলাৰ কয়লা নগৰী লিডু অঞ্চলত আজি পুঁৱতি নিশা এটা চুৰি কাণ্ড সংঘটিত হয়। লিডুৰ এয়াৰষ্ট্ৰিপৰ ওচৰত অৱস্থিত অজিত দাস নামৰ ছাহাৰাৰ এজেন্ট এজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত  দুষ্কৃতিকাৰীয়ে তলা ভাঙি প্ৰৱেশ কৰি নগদ প্ৰায় সাত লাখ টকা লুট কৰি লৈ যায়।

দুয়োটা ঘটনাৰ স্থানৰ ব্যৱধান প্ৰায় ১০ কিলোমিটাৰ।

অগ্নিকাণ্ড আৰু চুৰিকাণ্ডৰ ঘটনাৰ মাজত এটা যোগসূত্ৰ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে এচাম লোকে। দুষ্কৃতিকাৰীয়ে অগ্নিকাণ্ডৰ ঘটনাত আৰক্ষীক এফালে ব্যস্ত ৰাখি আনফালে অনায়াসে চুৰি কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন জনে।

উল্লেখযোগ্য যে সমগ্ৰ মাৰ্ঘেৰিটাত এটা বৃহৎ অপৰাধী-চক্ৰ সক্ৰিয় হৈ থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। স্মৰ্তব্য যে অলপতে স্বয়ং স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহৰ চৌহদৰ পৰাই এখন বলেৰ গাড়ী চুৰি হৈছে।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd