• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ ডিমৌৰ চাহ বাগিচাত কিশোৰীক ধৰ্ষণ; অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
June 21, 2018 11:07 pm
87
VIEWS
Share on FacebookShare on Twitter

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত আঠাবাৰী চাহ বাগিচাৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অজয় ৰবিদাস (২৭) নামৰ যুৱকজনক আজি ২১ জুনত শিৱসাগৰ জিলা আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

কিশোৰীগৰাকীক ধৰ্ষণ কৰি পলায়ন কৰা ৰবিদাসক যোৱা মঙলবাৰে ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি ডিমৌ আৰক্ষীয়ে আদালতত হাজিৰ কৰিছিল। পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ পিছতে ডিমৌ থানাৰ ভাৰপ্রাপ্ত বিষয়া সঞ্জীৱ বৰুৱাই পলায়ন কৰা অজয় ৰবিদাসক গ্ৰেপ্তাৰ কৰিছিল।

ডিমৌ আঠাবাৰী চাহ বাগিচাৰ ১ নং লাইন নিবাসী অজয় ৰবিদাসে সোমবাৰে সন্ধিয়া ঘৰত অকলশৰে থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধর্ষণ কৰিছিল।

নিশা প্ৰায় ৭ মান বজাত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি অচেতন অৱস্থাত এৰি পলায়ন কৰিছিল দুটি সন্তানৰ পিতৃ ৰবিদাস।

Recent News

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো অহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো অহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd