• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৌলমাৰী-চাকলাত একে নিশাই সংঘটিত দুটাকৈ চুৰিকাণ্ড : লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি

ইয়াছিন আলী by ইয়াছিন আলী
July 21, 2018 4:35 pm
চুৰিকাণ্ড

প্ৰতিনিধিত্বমূলক চিত্ৰ

114
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা বজাৰৰ এখন গেলামাল দোকানত শুকুৰবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড । জানিব পৰা মতে চাকলা বজাৰস্থিত সুৰজুত আলী নামৰ ব্যৱসায়ীজনৰ দোকানত কালি নিশা দুৰ্বৃত্তৰ দল এটাই প্ৰৱেশ কৰি নগদ ১৫-২০ হাজাৰ টকাৰ লগতে দোকানত থকা প্ৰায় ১.৫ লাখ টকাৰ সা-সম্পত্তি লুটি লৈ যায়।

উল্লেখ্য যে ব্যৱসায়ী সুৰজুতে কালি নিশা ১১ মান বজাত দোকান বন্ধ কৰি ঘৰলৈ যায়। আৰু এই সুযোগ লৈয়ে দুৰ্বৃত্তৰ দলটোৱে দোকানত প্ৰৱেশ কৰি নগদ ধনৰ লগতে লুটি লৈ যায় বৃহৎ পৰিমানৰ সা-সম্পত্তি।

আনহাতে কালি নিশা শৌলমাৰী বজাৰৰ ছবুৰ উদ্দিন নামৰ এজন লোকৰ জুৱেলাৰীতো সংঘটিত হয় অনুৰূপ চুৰিকাৰ্যৰ ঘটনা। জুৱেলাৰীখনৰ পৰা চোৰে সোনৰ চেইনসহ বহু পৰিমানৰ ৰূপৰ আ-অলংকাৰ চুৰ কৰি নিয়ে।

উল্লেখ্য যে এটা নিশাতে এক কিঃমিঃ দূৰত্বৰ ভিতৰত সংঘটিত হোৱা দুটাকৈ চুৰি কাণ্ডই কোকিলা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই দুটাকৈ চুৰিকাণ্ডই প্ৰমাণ কৰি দিলে অঞ্চলটোত আৰক্ষীৰ নিৰ্লিপ্ততাৰ চৰিত্ৰ।

ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চাকলা বজাৰত ব্যাপক হাৰত বৃদ্ধি পোৱা তীৰ খেলৰ বাবেই সঘনাই সংঘটিত হ’বলৈ ধৰিছে এনেধৰণৰ চুৰিকাণ্ড। স্থানীয় ৰাইজে প্ৰশাসনক বাৰম্বাৰ অভিযোগ কৰাৰ পাছতো আৰক্ষী প্ৰশাসনে কিয় তীৰ খেল বন্ধ কৰাত গুৰুত্ব আৰোপ কৰা নাই সেয়া এক ডাঙৰ প্ৰশ্ন বুলি মত প্ৰকাশ কৰিছে।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd