• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলোৱে সহমত দিলে এন পি এফেও নিৰ্বাচনৰ পৰা আঁতৰি থাকিব : জেলিয়াং

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 12:18 pm
T.-R.-Zeliang
102
VIEWS
Share on FacebookShare on Twitter

এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্যত নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কৈছে যে আন আন ৰাজনৈতিক দলবোৰে যদি নিৰ্বাচন বৰ্জন কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হয় তেওঁৰ দলেও একেই দায়বদ্ধতাৰে একেই পথ ল’ব।

উল্লেখযোগ্য যে অলপতে নাগালেণ্ড ট্ৰাইবেল হোহো-ইষ্টাৰ্ন নাগা পাব্লিক অৰ্গেনাইজেইশ্যন, নাগালেণ্ড ট্ৰাইবছ কাউন্সিল, চেণ্ট্ৰেল নাগালেণ্ড ট্ৰাইবছ কাউন্সিল, নাগা হোহোই নাগা ৰাজনৈতিক সংকট আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাধান কৰাৰ দাবীত নিৰ্বাচন এৰাই চলিবলৈ জনোৱা এটা আহ্বানৰ প্ৰতিক্ৰিয়া হিচাপে জেলিয়াঙে এই কথা কয়। ‘নাগালেণ্ডত এই মুহূৰ্তত এন পি এফ নিৰ্বাচনৰ সন্মুখীন হোৱা তথা জিকাৰ ক্ষেত্ৰত আন সকলো দলতকৈ সুবিধাজনক অৱস্থাত আছে। কিন্তু সেইটো হ’লেও আমাৰ অগ্ৰাধিকাৰ হ’ল নাগা সমস্যাটোৰ সমাধানহে আৰু তাৰ বাবে আমি নিৰ্বাচনৰ বিষয়টোত আপোচ কৰিবলৈ সাজু।’ জেলিয়াঙে কয়।

তেওঁ কয় যে নাগালেণ্ডৰ কাৰ্য্যবাহী মুখ্য মন্ত্ৰী হিচাপে তেওঁ নাগা ৰাজনৈতিক সমস্যাটোৰ সন্মানজনক আৰু গ্ৰহণীয় সমাধান এটাৰ বাবে নিজৰ বৰঙনি আগ বঢ়াবলৈ সদায় সাজু আছে।

তেওঁ লগতে কয় যে যোৱা ২৩ জানুৱাৰিত এন পি এফে কেইবা দশক পুৰণি নাগা সমস্যাটোৰ নিৰ্বাচনৰ পূৰ্বেই সমাধান কৰিব লাগে বুলি বিধানসভাই লোৱা সিদ্ধান্তত সন্মতি জনাইছিল।

জেলিয়াঙে কয় যে যদিও ৰাজনৈতিক দলবোৰক সমাগত নিৰ্বাচনৰ বাবে কুচকাৱাজ চলোৱা দেখা গৈছে জনসাধাৰণৰ মতক গুৰুত্ব দিয়াৰ দৰকাৰ আছে আৰু ইয়াক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া উচিত। তেওঁ নাগা সমস্যাটোৰ শান্তিপূৰ্ণ আৰু গ্ৰহণযোগ্য সমাধান পাব বুলি নিজৰ আশাবাদ প্ৰকাশ কৰে।

Recent News

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd