• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধীনত ১৬৭ কোটি টকা লাভ উত্তৰ পূবৰ চাৰিখন ৰাজ্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 7:13 pm
169
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূবৰ চাৰিখনকৈ ৰাজ্য অসম, মেঘালয়, ছিকিম আৰু ত্ৰিপুৰাই সীমান্ত অঞ্চল উন্নয়ন আঁচনি (BADP)ৰ অধীনত গৃহ মন্ত্ৰ্যালয়ৰ পৰা ১৬৭ কোটি টকা লাভ কৰিছে। উল্লেখযোগ্য যে অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংলগ্ন হৈ থকাৰ বিপৰীতে নেপাল আৰু ভুটানৰ লগত ছিকিমে আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে।

উত্তৰ পূৰ্বাঞ্চলৰ উক্ত ৰাজ্য কেইখনৰ বাহিৰেও পাঞ্জাব, ৰাজস্থান, বিহাৰ, হিমাচল প্ৰদেশ আৰু পশ্চিম বংগ আদি ৰাজ্যয়ো আঁচনি খনৰ পৰা উপকৃত হ’ব। ইয়াৰে পাঞ্জাব আৰু ৰাজাস্থানে পাকিস্তানৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি থকাৰ বিপৰীতে পশ্চিম বংগই বাংলাদেশৰ লগত, হিমাচল প্ৰদেশে চীনৰ লগত আৰু বিহাৰে নেপালৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰে।

মন কৰিবলগীয়া যে ১৭ খন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ০-১০ কি.মি পৰিসৰৰ ভিতৰত পৰা সকলো গাঁৱকে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰা সীমান্ত অঞ্চল উন্নয়ন আচনিয়ে সামৰি ল’ব। অৱশ্যে এইক্ষেত্ৰত আন্তগাঠনিৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে চিনাক্ত কৰা গাওঁ সমুহক অগ্ৰাধিকাৰ দিয়া হ’ব। প্ৰাপ্ত তথ্য অনুসৰি সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধিনত মঞ্জুৰ হোৱা স্কীম সমুহে স্বচ্ছতা মিছন, দক্ষতা বিকাশ আঁচনি, ক্ৰীড়াৰ প্ৰসাৰ, গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ, সীমান্ত  পৰ্যটনৰ সৈতে জড়িত কাৰ্যসমুহক সামৰি ল’ব।

 

Recent News

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd