• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্নিগ্ধ হাঁহি মুখত লৈয়ে মৃত্যুৰ ওচৰত হাৰ মানিলে দেৱশিশু স্নিগ্ধৰাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 1:52 pm
Snigdharag
170
VIEWS
Share on FacebookShare on Twitter

জটিল ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় কেইবাটাও মাহ ধৰি চিকিৎসাধীন হৈ থকা এবছৰীয়া শিশু স্নিগ্ধৰাগে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে নিশা প্ৰায় ১ বজাত শিশুটিয়ে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাৰ বাবে স্নিগ্ধৰাগক যোৱা ১০ মাৰ্চত প্ৰতীক্ষা হস্পিতালৰ আই চি য়ুত ভৰ্তি কৰা হৈছিল যদিও শিশুটিৰ স্বাস্থ্যৰ কোনো উন্নতি ঘটা নাছিল বিগত দিন কেইটাত।

স্মৰ্তব্য যে বিগত বৰ্ষৰ ৩ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে স্নিগ্ধৰাগৰ বাবে পোন প্ৰথমবাৰৰ বাবে গ্ৰীন কৰিডৰৰ ব্যৱস্থা কৰি গুৱাহাটী বিমানবন্দৰলৈ নিয়াৰ ব্যৱস্থা কৰিছিল। তাৰ পৰা পোনে পোনে উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীস্থিত ছাৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰা হৈছিল দেৱশিশুটিক।

পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৃত স্নিগ্ধৰাগৰ নশ্বৰ দেহ মঙলবাৰে পুৱা শোণিতপুৰৰ জিলাৰ চতিয়ালৈ নি তাতে আত্মীয়-স্বজনৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হ’ব।

এই দেৱশিশুটিৰ অকাল মৃ্ত্যুত সমগ্ৰ ৰাজ্যখনতে গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

 

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd