• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভৰ শিৱলাল দাসৰ পৰিয়ালক আক্ৰমণ কৰা ৮ অভিযুক্তক কৰায়ত্ত

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 25, 2018 9:27 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৯ এপ্ৰিলত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভত শিৱলাল দাসৰ পৰিয়ালক আক্ৰমণ কৰা ৮ গৰাকী অভিযুক্তক আজি বৰপেটা জিলাৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ১৯ এপ্ৰিলত সৰ্থেবাৰী থানাৰ অন্তৰ্গত কালাদি ৰিজাৰ্ভৰ শিৱলাল দাস নামৰ এজন ব্যক্তিৰ পৰিয়ালৰ ওপৰত একাংশ লোকে যাঠি-জোং, চোকা অস্ত্ৰ আদি লৈ চলোৱা আক্ৰমণত পৰিয়ালটোৰ ৮ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আক্ৰমণটোত আনকি আশী বছৰীয়া বৃদ্ধৰ পৰা শিশু আৰু গৰ্ভৱতী মহিলাও সাৰি যাব পৰা নাছিল।

এই সম্পৰ্কত ইতিমধ্যে ৩ জন লোকক আটক কৰা হৈছিল, আজি আটক কৰা ৮ গৰাকী অভিযুক্তসহ মুঠ ১১ জনক উক্ত ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনা সংঘটিত হোৱাৰ এদিন পিচত বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যই দিলোৱাৰ আলী, আনোৱাৰ ৰহমান আৰু মিজান খান নামৰ অভিযুক্ত ৩ জনক কৰায়ত্ব কৰাৰ পিচত বাকী অভিযুক্ত কেইজনক কৰায়ত্ব কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰিছিল।

আনহাতে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা এই ঘটনাটোত জড়িত অভিযুক্ত কেইজনক স্থানীয় লোকে সন্দেহযুক্ত নাগৰিক বুলি অবিহিত কৰি দোষীক গ্ৰেপ্তাৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছিল।

ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই অৱশেষত আজি ৮ অভিযুক্ত ক্ৰমে আনাৰ আলী, কাদেৰ আলী, আতোৱাৰ ৰহমান, ৰফিক আলী, চানোৱাৰ আলী, তমছেৰ আলী, হামিদ আলী আৰু ৰেজাকুল হকক আৰক্ষীয়ে আটক কৰে।

মন কৰিবলগীয়া যে কালাদি ৰিজাৰ্ভত সন্দেহযুক্ত নাগৰিকে শ শ বিঘা মাটি বেদখল কৰি আধিপত্য বিস্তাৰ কৰি আহিছে বুলিও স্থানীয় ৰাইজে অভিযোগ তুলে।

আটকাধীন লোককেইজনক সম্প্ৰতি বৰপেটা আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।

Recent News

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd