• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙত আচাম ৰাইফলচৰ চাইকেল ৰেলি

পঙ্কজ কুমাৰ দেব by পঙ্কজ কুমাৰ দেব
January 11, 2018 3:10 pm
হাফ্লঙত আচাম ৰাইফল্ছৰ চাইকেল ৰেলি

হাফ্লঙত আচাম ৰাইফল্ছৰ চাইকেল ৰেলি

163
VIEWS
Share on FacebookShare on Twitter
আচাম ৰাইফলচৰ ৰাইজিঙ ডে’ উপলক্ষে বৃহস্পতিবাৰে হাফলঙত থকা ৪৩ আচাম ৰাইফলচৰ উদ্যোগত হাফলঙৰ পৰা সেনা জোৱানসকলৰ এক চাইকেল ৰেলি উলিওৱা হয়। ৰেলিটো হাফ্লঙৰপৰা ৰেটজল, হাৰাঙ্গাজাও হৈ শিলচৰত উপস্থিত হ’ব।
ডিমা হাচাও জিলাৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই আজি ৰাতিপুৱা ন বজাত ফিতা কাটি চাইকেল ৰেলিৰ উদ্বোধন কৰে। জিলা উপায়ুক্তই কয় আচাম ৰাইফলচৰ এই ৰেলিয়ে ভ্ৰাতৃত্ব বন্ধনত অৰিহনা যোগাব। তেওঁ কয় যে এই ৰেলিয়ে ৰাইজ আৰু আচাম ৰাইফলচৰ মাজৰ সম্পৰ্ক আৰু সুদৃঢ় কৰিব।
অনুষ্ঠানত জিলা উপায়ুক্তৰ উপৰি ৪৩ আচাম ৰাইফলচৰ কমাণ্ডিং অফিচাৰ গগন পাণ্ডে আৰু মেজৰ শৈলেশ যাদৱো উপস্থিত থাকে।
আজি ৰেটজলত এক স্বাস্থ্য পৰীক্ষা শিবিৰতো অংশ ল’ব চাইকেল ৰেলি দলটোৱে। হাৰাঙ্গাজাওত আজি ৰাতিটো কটোৱাৰ পাছত দলটো কাইলৈ শিলচৰৰ উদ্দেশ্যে ৰাওনা হ’ব।
উল্লেখ্য শিলচৰত অনুষ্ঠিত ৰাইজিং ডে’ অনুষ্ঠানত মনিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ লগতে হাফলঙেও অংশ গ্ৰহণ কৰিব। সিদিনাৰ চাইকেল ৰেলি অভিযানত আচাম ৰাইফলচৰ শতাধিক জোৱান উপস্থিত থাকিব।

Recent News

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd