• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 8, 2018 7:58 pm
ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

147
VIEWS
Share on FacebookShare on Twitter

হাফলঙৰ এন এল দাউলাগুপু ক্ৰীড়া প্ৰকল্পত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে।

প্ৰতিযোগিতাখনত ল’ৰা আৰু ছোৱালী উভয় শাখাতে এথলে’তিক্স, ভলিবল, বাস্কেত বল, খ’ খ’, টেবল টেনিচ আৰু বেদমিণ্টন খেল অনুষ্ঠিত হ’ব।

জিলাখনৰ আঠটা মণ্ডলৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত ভাগ লৈছে।

জিলাখনৰ এজন প্ৰবীন খেলুৱৈ হাইদৰ আলি ৰিম্বাইয়ে অংশগ্ৰহণকাৰীসকলক ভৱিষ্যতে সফল খেলুৱৈ হ’বৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে।

এচ তি জে’মছ ৰাংখলে জিলাখনত পৰিমাণ আৰু গুণমান দুয়ো ক্ষেত্ৰতে জিলাখনত হোৱা খেলৰ বিকাশৰ বিষয়ে বিস্তৃতভাৱে কয়। অনুষ্ঠানটোত হকি, হেণ্ডবল আৰু অন্যান্য খেলত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈসকলক ৫০০০ টকাকৈ আগবঢ়োৱা হয়।

অনুষ্ঠানটোত অন্যান্য লোকৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক, অভিভাৱক আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ভাগ লয়।

Recent News

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd