• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায় সৰ্বশিক্ষা: হাফলঙৰ পৰাই চলিছে পাঁচটা ব্লক মিছনৰ কাৰ্যালয়

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 20, 2018 12:50 pm
20180412_125501

হাফলংত থকা দিয়ুঙব্ৰা কাৰ্যালয়ৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ হকে নতুন নতুন নীতি গ্ৰহণ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগীয় কৰ্তপক্ষই নেতিবাচক ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ডিমা হাচাও জিলাৰ সৰ্বশিক্ষা অভিযানৰ পাঁচটা ব্ল’ক মিছনৰ কাৰ্যালয় যোৱা এক দশক ধৰি নানা ফন্দিৰে হাফলঙত চলি আছে।

জিলাখনৰ হাৰাঙ্গাজাও আৰু চাঙবাৰ ব্ল’ক হাৰাঙ্গাজাও আৰু উমৰাঙচুত থকাৰ বিপৰীতে হাফলঙৰ বিজেপি কাৰ্যালয়ৰ কাষৰ ঘৰটোত চলি আছে। একেদৰে দিয়ুঙব্ৰা শিক্ষা ব্ল’কৰ কাৰ্যালয় দিয়ুঙব্ৰাৰ বিপৰীতে হাফলঙৰ চিন’ড কমপ্লেক্সৰ সমীপৱৰ্তী কোঠালীত চলি থকা পৰিলক্ষিত হৈছে। আনহাতে মাহুৰ ব্ল’ক মিছনৰ কাৰ্যালয় চংপিজান ৰোডৰ এটা সৰু ঘৰত চলি থকাৰ বিপৰীতে মাইবাঙ ব্ল’ক মিছনৰ কাৰ্যালয় হাফলং ট্যুৰিজিম কাৰ্যালয়ৰ ওচৰত থকা লামডিং-শিলচৰ বাছ আস্থানৰ কাষতে থকা ভৱনৰ প্ৰথম মহলাত বিগত কেইবা বছৰ ধৰি চলি আছে।

অভিযোগ অনুসৰি সম্প্ৰতি হাফলঙৰ বিভিন্ন প্ৰান্তত বিএমচি কাৰ্যালয় চলি আছে। ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এল জেদ নামপুইৰ লগত বুজাবুজিৰে হাফলংত উপৰিউক্ত কাৰ্যালয় চলি আছে। যাৰ ফলত হাৰাশাস্তিৰ সম্মুখীন হৈছে জিলাৰ প্ৰায় ৯ শতাধিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰী। কিয়নো আটাইবোৰ ব্ল’ক মিছনৰ কাৰ্যালয় হাফলঙত থকাত জিলাৰ প্ৰতিখন বিদ্যালয় প্ৰধানে চৰকাৰী কাম-কাজৰ বাবে হাফলঙলৈ আহিব লগা হৈছে।

সংশ্লিষ্ট ব্ল’ক মিছনৰ কাৰ্যালয় ঠায়ে ঠায়ে থকাৰ পাছতো হাফলঙত বছৰৰ পাছত বছৰ কিয় থাকিব লগা হৈছে তাক লৈ সৰৱ চৰ্চা চলিছে ৰাইজৰ মাজত।

উল্লেখযোগ্য যে দিয়ুঙব্ৰাত ব্ল’কৰ অধীনত বিদ্যালয়ৰ সংখ্যা ১৪০। অভিযোগ অনুসৰি মাথোঁ দিয়ুঙব্ৰা বিএমচি কাৰ্যালয়ৰ ছগৰাকী বিষয়া-কৰ্মীৰ বাবে ১৪০ খন বিদ্যালয়ৰ শিক্ষকে হাৰাশাস্তি ভুগিবলগা হৈছে।

চাঙবাৰ ব্ল’কতো একেই অৱস্থা। যিটো কাৰ্যালয় উমৰাঙচুত থাকিব লাগে, সেই কাৰ্যালয়টো আছে হাফলঙত। চাঙবাৰ আৰু হাৰাঙ্গাজাও ব্ল’কৰ বিএমচিও এগৰাকী ব্যক্তি। নাম তেওঁৰ এল দৰ্গান। তেওঁ অস্থায়ী হিচাপে আছে। তেওঁৰ অভিযোগ কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নত নহয়। মাহুৰ ব্ল’ক বিষয়াইও ইন্টাৰনেটৰ সমস্যা দাঙি ধৰে।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাৰ অধিকাংশ প্ৰাথমিক বিদ্যালয়ত একমাত্ৰ শিক্ষকে পাঠদান কৰে। এনে পৰিস্থিতিত হাফলঙত প্ৰতিটো ব্ল’ক মিছনৰ কাৰ্যালয় থকাত বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মে। কিয়নো গাঁও এৰি এবাৰ হাফলঙলৈ আহিলে কমেও দুদিন বিদ্যালয় বন্ধ থাকে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd