• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিজবুল মুজাহিদিনত ‘যোগ দিয়া’ হোজাইৰ যুৱকক লৈ টুইট জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 5:50 pm
Omar-Abdullah on assam youth joining hizbul
265
VIEWS
Share on FacebookShare on Twitter

হোজাই যমুনামুখৰ কমৰুজ জামানে কাশ্মীৰী পৃথকতাবাদী উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদিন ( Hizbul Mujahideen )ত যোগদান কৰা বুলি অসমত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পৰতে যুৱকজনক কাশ্মীৰত দেখা বুলি টুইট কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই।

নিজৰ টুইটত আব্দুল্লাই কয় যে ‘শ্ৰীনগৰৰ আশে-পাশে তেওঁৰ উপস্থিতিৰ বিষয়ে কেইদিনমান আগতে মোৰ নিৰাপত্তাৰক্ষীয়ে জনাইছিল।’

‘যদি সি উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে তাক গুলীয়াই মাৰক’ বুলি আহ্বান জনাই যুৱকজনৰ মাকে কমৰুজ ব্যৱসায়সূত্ৰে কাশ্মীৰলৈ যোৱা বুলি জনাইছিল।

আনহাতে হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি যুৱকজন তাত যে আছিল সেয়া নিশ্চিত কৰা হৈছে বুলি পূৰ্বে জনাইছিল।

উল্লেখযোগ্য যে বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্যই যুৱকজনে হিজবুল মুজাহিদিনত যোগদান কৰাটো নিশ্চিত হোৱা নাই আৰু এই সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে বুলি পূৰ্বে মন্তব্য কৰিছিল।

হোজাইৰ আৰক্ষী অধীক্ষকজনে লগতে কৈছিল যে ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱা আলোকচিত্ৰই এজন যুৱকৰ কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ প্ৰমাণ দিব নোৱাৰে আৰু যুৱকজন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd