• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইৰ এছ ও এছ ভিলেজৰ শিশুসকলৰ মাজত ছাতি আৰু ক্ৰীড়া সামগ্ৰী বিতৰণ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
April 17, 2018 10:53 am
HOJAI-SOS-570x320
121
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অল ইণ্ডিয়া প্ৰফেশ্যনেল কংগ্ৰেছৰ (এআইপিচি) পূব মণ্ডলে হোজাইৰ এছ ও এছ ভিলেজৰ শিশু সকলৰ মাজত ৫০ টা ছাতিৰ লগতে বিভিন্ন ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে।

এই অনুষ্ঠানত অসম এআইপিচিৰ আঞ্চলিক পৰিচালন বিষয়া তথা সচিব অৰ্ণৱ কান্তি দেয়ে নিজৰ ভাষণ প্ৰসংগত কয়-‘সমাজৰ বাবে আমাৰ এয়া দায়িত্ব। সকলো পেছাদাৰী সংগঠনে আগবাঢ়ি আহি সমাজ উন্নয়নৰ হকে কাম কৰিব লাগে’।

ইয়াৰ উপৰি তেওঁ ভৱিষ্যতত যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ তথা নিজৰ নিজৰ দক্ষতা বিকাশৰ বাবে প্ৰত্যেক শিশুকে সকলো ধৰণৰ কাৰ্যসূচীতে অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ইফালে এআইপিচিয়ে শিশু সকলৰ মাজত আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা কাৰ্যক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে এছ ও এছ ভিলেজৰ সঞ্চালক পৰেশ বদ্যকাৰে।

HOJAI-SOS-1-300x256

বদ্যকাৰে এই প্ৰসংগত কয় যে শিশুসকলে ভৱিষ্যতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তথা সঠিক কেৰিয়াৰ বাচনি কৰাৰ ক্ষেত্ৰত এনেধৰণৰ উল্লেখনীয় পদক্ষেপে যথেষ্ট সহায় কৰিব। ইয়াৰোপৰি শিশুসকলৰ লগত পেছাদাৰী সংগঠন সমূহৰ লোক সকলে মত বিনিময় কৰাত যথেষ্ট উৎসাহী তথা মনত সাহস লাভ কৰিব বুলিও উল্লেখ কৰে সঞ্চালকগৰাকীয়ে।

এই অনুষ্ঠানৰ আৰম্ভণিতে এছ ও এছ ভিলেজৰ শিশুসকলে গীত পৰিৱেশন কৰি এআইপিচিৰ সদস্যসকলক সন্মান জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd