• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইৰ ডন বস্কো হাইস্কুলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
April 20, 2018 5:17 pm
Free Health Check Up Camp At Don Bosco High School in Hojai
123
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে হোজাইৰ ডন বস্কো হাইস্কুলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটা আয়োজন কৰা হৈছে। যোৱা ৭ এপ্ৰিলত পালিত হোৱা বিশ্ব স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে বুলি আয়োজকসকলে জনাইছে। নগাঁওৰ মাৰ্চি হস্পিটালৰ সহযোগত এই স্বাস্থ্য শিবিৰটো আয়োজন কৰা হৈছে। ডন বস্কো হাইস্কুলৰ সমগ্ৰ শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী আৰু পিতৃ-মাতৃসকলৰ বাবে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।

ড০ সুপ্ৰিয়ম দাস (চিকিৎসক), ছিষ্টাৰ লিমা, ছিষ্টাৰ ছাইনী আৰু ছিষ্টাৰ হেলেনাৰে গঠিত ৪ জনীয়া দলটোৱে  সাধাৰণ অসুখৰ পৰীক্ষা সম্পন্ন কৰা, পৰামৰ্শ প্ৰদান কৰাৰ লগতে সেইসমূহৰ ঔষধ-পাতিও প্ৰদান কৰে।

পুৱা ৯বজাত শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ উপস্থিতিত শিবিৰটো উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ মাইকেল বিষ্টিছে।

অধ্যক্ষ ফাডাৰ মাইকেল বিষ্টিছে জনাইছে যে আজিৰ স্বাস্থ্য শিবিৰৰ বিষয়বস্তু হৈছে “সকলোৰে বাবে স্বাস্থ্য“।

তেওঁ আৰু কয় যে তেওঁলোকে পিতৃ-মাতৃ, অভিভাৱকসহ সন্তানসকলক আমি বাস কৰা সমাজখনৰ বাবে কিবা এটা ভাল কৰিবলৈ গোট খুৱাব পাৰিছে।

স্বাস্থ্য শিবিৰটো দিনৰ ১টা বজালৈকে চলিছিল আৰু ইয়াত কেইবা শ শিক্ষাৰ্থী তাৰু তেওঁলোকৰ পিতৃ-মাতৃ, অভিবাৱকে স্বাস্থ্য সেৱা গ্ৰহণ কৰিছিল।

Recent News

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd