• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়েছে দৰজে ঠংচি, সনন্ত তাঁতি আৰু ড০ ৰীতা চোধুৰীক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 9:26 am
assam valley literary award
523
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙনিৰ বাবে বিশিষ্ট সাহিত্যিক ক্ৰমে য়েছে দৰজে ঠংচি, সনন্ত তাঁতি আৰু ড০ ৰীতা চোধুৰীক ২০১৭ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়।

কালি মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ তৰফৰ পৰা প্ৰদান কৰা উক্ত বঁটাত আছে এটা ম্মাৰক, এখন মানপত্ৰ আৰু চাৰি লাখ টকা।

অনুষ্ঠানটোৰ আৰম্ভণিতে তিনিওগৰাকী সাহিতিক্যক ফুলৰ থোপা আৰু এৰী চাদৰেৰে আদৰণি জনোৱা হয়।

বঁটা গ্ৰহণ কৰি বিশিষ্ট কবি সনন্ত তাঁতিয়ে তেওঁৰ কবিতাক হৃদয়ৰ বহিপ্ৰকাশ বুলি উল্লেখ কৰি কয়, ‘জীৱন আৰু জগত সম্পৰ্কে বিশেষ ধ্যান-ধাৰণা নথকা মই এগৰাকী আংবাং ব্যক্তি। মই ৰাজনীতি বুজি নাপাওঁ, বুজি নাপাওঁ জীৱন পৰিচালনাৰ শৈলী আৰু কৌশল। আনকি সময়ৰ সৈতেও আপোচ কৰিব নাজানো। পাঠকে মোৰ হৃদয়ৰ বহিঃপ্ৰকাশক কবিতা বুলি কয় আৰু মোক কবি হিচাপে অভিহিত কৰে। মই অৱশ্যেই ইয়াৰ বাবে গৰ্ববোধ কৰোঁ।‘

একেদৰে ড০ ৰীতা চৌধুৰীয়ে ন্যাসৰ লগতে পাঠক সমাজক ধন্যবাদ জ্ঞাপন কৰি কয়, ‘কলমটোৱে আটাইতকৈ ডাঙৰ আহিলা যাৰ জৰিয়তে মানুহে নিৰ্ভয়ে, স্বাধীনভাৱে সকলো কাম কৰিব পাৰে। কলমটোৰ ক্ষেত্ৰত মই কেতিয়াও আপোচ কৰা নাই।‘

তেওঁ আৰু কয়, ‘পুৰস্কাৰে মানুহক কাম কৰি থাকিবলৈ উৎসাহ দিয়ে। বঁটা-বাহন হৈছে কাম কৰি যোৱা বাটত ছাঁৰ দৰে।‘

ইয়াৰ উপৰি অৰুণাচলৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে বঁটা গ্ৰহণ কৰি উলিয়ামছন মেগৰ শৈক্ষিক ন্যাসক ধন্যবাদ জ্ঞাপন কৰে।

ন্যাসৰ সঞ্চালক আৰ এছ জ্বৱাৰে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক-সমালোচক জি এন ডেভীয়ে বঁটাপ্ৰাপক তিনিওগৰাকী সাহিত্যিকক অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানটোত অসমীয়া সাহিত্য জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd