• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১ জন শিক্ষক শোণিতপুৰৰ প্ৰাথমিক বিদ্যালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 4:40 pm
অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ বালিপাৰা শিক্ষাখণ্ডৰ অধীনৰ অসম-অৰুণাচল সীমান্তৰ ১০৯ গৰাকী ছাত্ৰ-ছাত্ৰী থকা মাইনাওশ্ৰী প্ৰাথমিক বিদ্যালয় কেৱল এজন শিক্ষকেই চলাব লগা হৈছে।

জানিব পৰা মতে একমাত্ৰ শিক্ষকজনেই সম্পূৰ্ণ দিনটোৰ সমূহ শ্ৰেণীৰে পাঠদান কৰাৰ দৰে অসম্ভৱ কৰ্তব্য পালন কৰিব লগা হোৱাৰ লগতে বিভাগীয় সভাত উপস্থিত থকা, শৈক্ষিক প্ৰশিক্ষণ গ্ৰহণ কৰা আদিৰ লগতে গুণোৎসৱৰ বাবেও সকলো জা-যোগাৰ কৰিবলগা হৈছে। গুণোৎসৱৰ বাবে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত শিক্ষকগৰাকী ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে যিহেতু তেওঁ অকলেই বিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ, ৰেজিস্ত্ৰাৰ, দুপৰীয়াৰ আহাৰৰ তথ্য, জমাবহীকে ধৰি বিদ্যালয়খনৰ অন্যান্য উন্নয়নমুখী কাম-কাজো তদাৰক কৰিব লগা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে কেৱল নিজৰ দৰ্মহা ল’বলৈকে শিক্ষকগৰাকী ৩৪ কিঃমিঃ বাটকুৰি বাই বালিপাৰা শিক্ষা খণ্ডৰ কাৰ্য্যালয়লৈ যাব লগা হয়।

বিদ্যালয়খনৰ প্ৰতি শিক্ষাবিভাগৰ অমনোযোগিতাত স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠন আৰু অভিভাৱকসকলে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে লগতে  বিদ্যালয়খনৰ শোচনীয় অৱস্থা পৰিৱৰ্তনৰ বাবে আৰু শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে আৰু অধিক শিক্ষকৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে।
শিক্ষা বিভাগে অসমৰ শিক্ষা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে যুদ্ধকালীন ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি অহাৰ বিপৰীতে মাইনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ৰ শোচনীয় অৱস্থাই শিক্ষাখণ্ডৰ অাচল ছবিখন উদঙাই দেখুৱাইছে।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ বিশেষ ৰে’লত উঠি চীনত উপস্থিত কিম জং উন

সামৰিক কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ বিশেষ ৰে’লত উঠি চীনত উপস্থিত কিম জং উন

September 2, 2025 11:17 am
অসমৰ উচ্ছেদ অভিযানত মুছলমানক লক্ষ্য কৰি লোৱৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰিলে জমিয়ত উলেমা-ই-হিন্দে

অসমৰ উচ্ছেদ অভিযানত মুছলমানক লক্ষ্য কৰি লোৱৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰিলে জমিয়ত উলেমা-ই-হিন্দে

September 2, 2025 11:10 am
অষ্ট্ৰেলিয়াৰ বাবে ডাঙৰ আঘাত; বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে!

অষ্ট্ৰেলিয়াৰ বাবে ডাঙৰ আঘাত; বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে!

September 2, 2025 10:19 am
ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ! ২০২৬ চনত ভাৰতত অনুষ্ঠিত হ’ব বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ! ২০২৬ চনত ভাৰতত অনুষ্ঠিত হ’ব বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

September 2, 2025 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ বিশেষ ৰে’লত উঠি চীনত উপস্থিত কিম জং উন

সামৰিক কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ বিশেষ ৰে’লত উঠি চীনত উপস্থিত কিম জং উন

September 2, 2025 11:17 am
অসমৰ উচ্ছেদ অভিযানত মুছলমানক লক্ষ্য কৰি লোৱৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰিলে জমিয়ত উলেমা-ই-হিন্দে

অসমৰ উচ্ছেদ অভিযানত মুছলমানক লক্ষ্য কৰি লোৱৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰিলে জমিয়ত উলেমা-ই-হিন্দে

September 2, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd