• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়ো মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে ১১ এপ্ৰিলত ৰঙিয়া বন্ধৰ আহ্বান এবছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 12:56 pm
rny1935395

প্ৰতিনিধিত্বমূলক ফটো

156
VIEWS
Share on FacebookShare on Twitter

ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বনগাঁৱত অৱস্থিত বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিদ্যালয়খন বন্ধ কৰি দি ইয়াৰ  ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি শিক্ষকসকলক আন এখন বিদ্যালয়ৰ সৈতে চামিল কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে এবছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

এবছুৰ কামৰূপ জিলা সমিতিয়ে আজিও ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি অহা ১১ এপ্ৰিলত ৰঙিয়া বন্ধৰ আহ্বান জনাইছে।

এবছুৰ এই আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এটা বিবৃতিত শুকুৰবাৰে বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলাৰ সভাপতি ভূপেন বড়ো আৰু সম্পাদক মুকুট প্ৰসাদ বড়োৱে কয় যে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰঙিয়াৰ এই বড়ো মাধ্যমৰ বিদ্যালয়খন বন্ধ কৰি দি সমগ্ৰ বড়ো ৰাইজকে অপমান কৰিছে।

তেওঁলোকে কয়, ‘’চৰকাৰে বড়ো ভাষাটোক নিৰ্মূল কৰাৰ উদ্দেশ্যে যে এই পদক্ষেপ গ্ৰহণ কৰিছে সেয়া  ৰাইজে বুজি উঠিছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বড়ো  সাহিত্য সভাই কোনো কাৰণতে মানি নলয়।‘’

ভৱিষ্যতে চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীত এবছুৰ নেতৃত্বত চলিবলগীয়া সকলো আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি বড়ো সাহিত্য সভাই সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব বুলিও তেওঁলোকে জানিব দিয়ে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd