• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১২ ঘন্টীয়া বন্ধত ওদালগুৰি জিলাত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত

চাজিদ খান by চাজিদ খান
March 17, 2018 8:27 am
Tangla-bandh-570x320

শুকুৰবাৰে বন্ধৰ সময়ছোৱাত ওদালগুৰি জিলাৰ টংলা চহৰৰ এটি দৃশ্য

169
VIEWS
Share on FacebookShare on Twitter

কোচ ৰাজবংশী জাতীয় সন্মিলনীয়ে  আহ্বান কৰা ১২ ঘন্টীয়া বিটিএডি বন্ধৰ সময়ছোৱাত শুকুৰবাৰে বিটিএডিৰ বেছিভাগ অঞ্চলৰ লগতে ওদালগুৰি জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰা হয়।

বন্ধৰ সময়ছোৱাত বিটিএডি অঞ্চলৰ কোনো ঠাইৰ পৰা কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই।

বাট-পথত যান-বাহনৰ চলাচল বন্ধ আছিল আৰু দোকান-পোহাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছিল।

অৱশ্যে, পৰীক্ষা কেন্দ্ৰ চলি থকা বিদ্যালয় তথা মহাবিদ্যালয়সমূহত কাম-কাজ স্বাভাৱিকভাৱে চলিছিল।

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) কৰ্তৃপক্ষই অঞ্চলটোত অলপতে গ্ৰহণ কৰা ভূমি নীতিৰ বিৰুদ্ধে আৰু বিটিচি ভংগৰ দাবীত সংগঠনটোৱে এই বন্ধৰ আহ্বান দিছিল।

বিটিচিত ইতিমধ্যে অ-বড়ো সংগঠনসমূহে বিটিচি কৰ্তৃপক্ষই গ্ৰহণ কৰা ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে আৰু এই নীতি প্ৰত্যাহাৰ কৰি অ-বড়োসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰিছে।

বিটিএডি অঞ্চলত বসবাস কৰি থকা অ-বড়ো লোকৰ বিভিন্ন সংগঠনসমূহে নতুনকৈ গ্ৰহণ কৰা ভূমি নীতি প্ৰত্যাহাৰৰ দাবীত আৰু ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd