• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৩ বছৰীয়া ৰিয়াং কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে হাইলাকান্দি

শিবাশিস চক্ৰৱৰ্তী by শিবাশিস চক্ৰৱৰ্তী
March 24, 2018 9:13 am
Rape-.....-570x320

প্ৰতিনিধিত্বমূলক ফটো

116
VIEWS
Share on FacebookShare on Twitter

অলপতে হাইলাকান্দি জিলাত এগৰাকী ১৩ বছৰীয়া ৰিয়াং সম্প্ৰদায়ৰ কিশোৰীক  ২৩ বছৰীয়া মুছলমান সম্প্ৰদায়ৰ এজন যুৱকে বলাৎকাৰ কৰি হত্যা কৰাৰ বাতৰি বিয়পি পৰাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

বিভিন্ন সংগঠনকে ধৰি বেছিভাগ লোকেই অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবী তোলাৰ সময়তে একাংশ লোকে ঘটনাটোক লৈ সাম্প্ৰদায়কি সংঘাত সৃষ্টিৰ প্ৰয়াস চলোৱাৰ অভিযোগ উঠিছে।

সামাজিক গণ মাধ্যমত (ছচিয়েল মেডিয়া) বহু লোকে উচটনিমূলক মন্তব্য প’ষ্ট কৰিছে যিয়ে আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে।

এনে পৰিপ্ৰেক্ষিতত কিছুমান সামাজিক সংগঠনে জিলাখনত একাংশ লোকে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলোৱা একাংশ লোকৰ বিৰুদ্ধে আগবাঢ়ি আহিছে।

ৰাজপথলৈ ওলাই অহা এনে সংগঠনৰ ভিতৰত আছে সদৌ অসম ছাত্ৰ আৰু যুৱ সংস্থা, জনশক্তি সেৱা সমিতি আৰু সাধাৰণ নাগৰিক মঞ্চ।

শান্তিপূৰ্ণ জিলাখনত যাতে সাম্প্ৰদায়িক সংঘাত গা কৰি উঠিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই সংগঠন কেইটাই হাইলাকান্দিৰ উপায়ুক্তক  এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

সংবাদ মাধ্যমৰ আগত বক্তৱ্য প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ আৰু যুৱ সংস্থাৰ কেন্দ্ৰীয় সভাপতি জানুন লস্কৰ আৰু জনশক্তি সেৱা সমিতিৰ নেতা জাহান উদ্দিনে কয়, ‘’ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ ধৰ্ষণ আৰু হত্যা এক জঘন্য অপৰাধ আৰু কোনোৱে ইয়াক সমৰ্থন নকৰে। সেয়েহে, অপৰাধীজন কোন সম্প্ৰদায়ৰ বা কোন ধৰ্মৰ সেইটো চোৱা উচিত নহয়। অপৰাধী এজন অপৰাধীয়েই।‘’

প্ৰতিবাদ কৰা সংগঠনসমূহৰ নেতাসকলে লগতে জিলা প্ৰশাসনক জিলাখনৰ বিভিন্ন সম্প্ৰদায়ৰ মাজৰ সামাজিক সংহতি বিনষ্ট কৰিবৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

 

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd