• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭জন লোকৰ প্ৰাণ লোৱা ‘লাডেন’ৰ কাইলৈ নিৰ্ণয় হ’ব ভাগ্য : পৰিৱেশ আৰু বন বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2018 10:08 pm
Assam, Meghalaya, Arunachal Pradesh in WTI’s 101 elephant corridor list

প্ৰতিনিধিত্বমূলক ফটো

143
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা অঞ্চলত আজি বহু দিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে এতিয়ালৈকে ১৭জন লোকৰ প্ৰাণ লোৱা কুখ্যাত ‘লাডেন’ এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। সন্ত্ৰাসৰ বাবে ‘লাডেন’ নামেৰে স্থানীয়ভাৱে আখ্যা পোৱা এই হাতীটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগো।

মন কৰিব লগীয়া যে যোৱা কেইদিনমানৰ ভিতৰতে ‘লাডেন’-এ গোৱালপাৰাৰ দুধনৈ আদি অঞ্চলত কেইবাজনো লোকৰ প্ৰাণ লৈছে। বন বিভাগৰ তথ্যমতে এই মখনা (দীঘল দাঁত নথকা) হাতীটোৰ উচ্চতা প্ৰায় ৯ ফুট।

মানুহৰ ওপৰত বনৰীয়া হাতীটোৰ এই ক্ৰমবৰ্ধিত আক্ৰমণক লৈ চিন্তিত হৈ পৰা ৰাজ্যৰ বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগে কাইলৈ আহ্বান জনাইছে এখন গুৰুত্বপূ্ৰ্ণ বৈঠকৰ। পাঞ্জাবাৰীস্থিত প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)দেবপ্ৰকাশ বাংকুৱালৰ কাৰ্য্যালয়ত এই বৈঠকখন অনুষ্ঠিত হ’ব। ইয়াত গোৱালাপাৰাৰ কিছু কিছু অংশত সৃষ্ট মানুহ-হাতীৰ সংঘাতৰ কেনেকৈ নিৰাময় কৰিব পাৰি তাৰ উপায় উলিওৱাৰ চেষ্টা কৰা হ’ব বুলি জানিব পৰা গৈছে।

বিভাগটোৰ সূত্ৰই জনোৱা মতে যোৱা ২১ জুনত বন বিভাগৰ গুৱাহাটীৰ পৰা যোৱা দুজন মান প্ৰতিনিধিয়ে গোৱালপাৰাৰ হাতী-মানুহৰ সংঘাত হোৱা আৰু তাৰ ফলত মানুহৰ মৃত্যু হোৱা স্থানবোৰ পৰিদৰ্শন কৰিছিল। তাৰ পাছতে এই গুৰুতৰ ৰূপ লোৱা পৰিস্থিতি সন্দৰ্ভত এই বৈঠকৰ সিদ্ধান্ত কৰিছে বিভাগটোৱে।

মন কৰিব লগীয়া যে হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ আঁৰত বনাঞ্চল ধ্বংস, হাবিত হাতীৰ খাদ্যৰ অভাৱ, মানুহৰ কৃষিৰ পৰিসৰ নতুন নতুন অংশলৈ বৃদ্ধি আদিও আছে। আনহাতে স্থানীয় লোকৰ সূত্ৰই কয় যে লাডেন নামৰ এটা হাতীৰ সন্ত্ৰাস বাকীবোৰতকৈ বেছি যদিও আন হাতীয়ে মানুহ মাৰিলেও মানুহে লাডেনেই মৰা বুলি প্ৰচাৰ কৰি দিয়ে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd