• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০১৮ ৰ মানস সৰোবৰ যাত্ৰাৰ বাবে ছিকিমৰ নাথু লা পাছ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 1:28 pm
1488454795honeymoon4-570x320
367
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ নাথু লা পাছৰ মাজেৰে এইবছৰৰ মানস সৰোবৰ যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

তীৰ্থযাত্ৰীসকলে নাথু লা পাছ হৈ যাত্ৰা কৰিব পাৰে। ডোকলামত ভাৰত-চীনৰ সমাৰিক বাহিনীৰ সেনা সন্তুলনৰ কাৰনে যোৱা বছৰ নাথু লা পাছ বন্ধ আছিল। পঞ্জীয়নৰ অন্তিম দিন অহা ২৩ মাৰ্চ।

অহা জুন মাহৰ ২৮ তাৰিখৰ পৰা চাৰিমহীয়া যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই যাত্ৰাৰ বাবে দুটা পথ আছে।

‘’উত্তৰাখণ্ডৰ লাইপুলেখ পাছৰ মাজেৰে যোৱা পথটোত কিছু পাহাৰ বগাব লগা হয় আৰু ইয়াৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবদ ১.৬ লাখ টকা ব্যয় হয়। ছিকিমৰ নাথু লা পাছৰ মাজেৰে যোৱা পথটো বাহনত যাব পাৰি আৰু পাহাৰ বগাব নোৱাৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপযোগী,’’-মন্ত্ৰালয়ে জনায়।

নাথু লা পথটোৰে প্ৰতিগৰাকী ব্যক্তিৰ বাবদ দিল্লীত প্ৰস্তুতিমূলক কামৰ বাবে ৩ দিনকে ধৰি মুঠ  ২১ দিনত ২ লাখকৈ টকা খৰচ হ’ব।

মন্ত্ৰালয়ে জনাইছে যে আবেদনৰ বাবে ব্যক্তিৰ যোগ্যতা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত আৱেদন কাৰী ২০১৮ চনৰ ১ জানুৱাৰীত ন্যুনতম ১৮ বছৰ আৰু ৭০ বছৰৰ অধিক হ’ব নালাগিব। নাথু লা পাছৰ মাজেৰে যোৱা তীৰ্থযাত্ৰীসকলক ১০ টা গোটত ভাগ কৰা হ’ব আৰু প্ৰতিটোতে ৫০ গৰাকী তীৰ্থযাত্ৰী থাকিব।

গেংটকৰ পৰা নাথু লা পথটো হেংগু হ্ৰদ আৰু তিব্বতীয় অঞ্চলৰ বিশাল প্ৰাকৃতিক শোভাৰ মাজেৰে আগবাঢ়িছে।

বিগত বৰ্ষৰ দৰেই প্ৰথমবাৰৰ বাবে আৱেদনকাৰী, চিকিৎসক আৰু বিবাহিত দম্পতিয়ে অগ্ৰাধিকাৰ লাভ কৰিব। মন্ত্ৰালয়ে লগতে কয় যে জ্যেষ্ঠ নাগৰিকসকলে নাথু লা পথটোৰে যাব বিচাৰিছে অগ্ৰাধিকাৰ পাব।

বৈদেশিক মন্ত্ৰালয়ে কৈছে যে নিৰ্বাচন পদ্ধিতটো কম্পিউটাৰৰ দ্বাৰা, নিৰ্দিষ্ট ৰূপত আৰু লিংগ সন্তুলন ৰক্ষা কৰি কৰা হ’ব। নিৰ্বাচিত আবেদনকাৰীসকলক স্বয়ংক্ৰিয় ই-মেইল বা এছএমএছ যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব।

 

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd