• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ ঘণ্টীয়া মণিপুৰৰ থৌবাল জিলা বন্ধত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 1:45 pm
thoubal
70
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ থৌবাল নদী সংৰক্ষণ সমিতিয়ে শুকুৰবাৰৰ মাজনিশাৰ পৰা শনিবাৰৰ মাজনিশালৈ আহ্বান জনোৱা ২৪ ঘণ্টীয়া থৌবাল জিলা বন্ধৰ ফলত আজি জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে।

উল্লেখ্য যে জিলাখনৰ আয়ুসৰেখা হিচাপে বিবেচিত থৌবাল নদীখনৰ সুৰক্ষাৰ বাবে বিভিন্ন সময়ত স্থানীয় দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও এইক্ষেত্ৰত গা লৰা নাই চৰকাৰৰ। সেয়েহে চৰকাৰৰ নেতিবাচক ভূমিকাৰ বিৰুদ্ধে এই ২৪ ঘণ্টীয়া থৌবাল জিলা বন্ধৰ আহ্বান জনোৱা হৈছে।

অৱশ্যে বন্ধৰ সময়ছোৱাত বিদ্যালয়, মেডিকেল, বিদুৎ যোগান, পানী যোগান, ধৰ্মীয় কাৰ্যসূচী আদিৰ দৰে জৰুৰীকালীন সেৱা সমূহক ৰেহাই দিয়াৰ ফলত উক্ত খণ্ড সমূহত এই বন্ধৰ কোনো প্ৰভাৱ পৰা নাই।

আনহাতে সংবাদ মাধ্যমকো এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে নদীখন সুৰক্ষিত কৰাৰ বাবে থৌবাল নদী সংৰক্ষণ সমিতিয়ে চৰকাৰক ১৬ ফেব্ৰুৱাৰিৰ চৰম সীমা বান্ধি দি কাৰ্যব্যৱস্থা গ্ৰহণ অবিহনে কঠোৰ আন্দোলনৰ হুংকাৰ দিছিল ।

উল্লেখ নিষ্প্ৰয়োজন যে থৌবাল নদীখনক প্ৰদূষণমুক্ত তথা সুৰক্ষিত কৰাৰ বাবে বিভিন্ন সময়ত মণিপুৰৰ দল-সংগঠনে প্ৰতিবাদ জনায় আহিছে। আনকি নদীখনৰ পৰা বালি খননৰ বাবেও নীতি-নিয়ম কঠোৰ কৰাৰ আহ্বান জনায় আহিছে দল-সংগঠনবোৰে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd