• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২ অক্টোবৰৰ পৰা বলৱৎ হ’ব ‘প্ৰণাম’ আইন; ৰেহাই নহ’ব বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চাকৰিয়ালৰ

মুকুট দাস by মুকুট দাস
July 27, 2018 7:31 pm
Old_Aged
179
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাগত সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ ফলত বৃদ্ধ লোকসকলে নিজৰ আৰ্থিক সচ্ছল সন্তানৰ পৰাই অৱহেলাৰ বলি হৈ অহা পৰিস্থিতিৰ সামান্য মোকাবিলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ‘প্ৰণাম’ আইনখন (Assam Employees Parental Responsibility Norms for Accountability Monitoring Act,2017) অহা ২ অক্টোবৰৰ পৰা বলৱৎ হ’ব।

আইনখন যোৱা ২৩ জুলাইত অসম কেবিনেটত অনুমোদন হৈছে। এই আইনখনে বৃদ্ধ পিতৃ-মাতৃৰ উপযুক্ত তদাৰক নকৰা চাকৰিয়াল কৰ্মচাৰীক আইনীভাৱে জগৰীয়া কৰিব। লগতে চাকৰিয়াল সন্তানৰ দৰমহাৰ ১০ শতাংশ তেনেকুৱা পিতৃ-মাতৃয়ে দাবী কৰিব পাৰিব। আজি এখন সংবাদমেলত ৰাজ্যৰ স্বাস্থ্য, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জানিবলৈ দিয়ে।

আনহাতে এই আইনখনে চাকৰিয়ালজনৰ পৰিয়ালত থকা দিব্যাংগ সদস্যকো সামৰি ল’ব। তেনে সদস্যই চাকৰিয়ালজনৰ ১৫ শতাংশ দৰমহা দাবী কৰিব পাৰিব।

অৱশ্যে চাকৰিয়াল পিতৃ-মাতৃয়ে এই আইনে দিয়া সুবিধাবোৰ ল’ব নোৱাৰিব বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী হিমন্ত বিশ্বই জনোৱামতে, ৰাজ্য চৰকাৰে প্ৰণাম নামৰ এখন আয়োগো গঠন কৰিব। “এজন অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব পৰ্য্যায়ৰ বিষয়াক মুখ্য আয়ুক্ত হিচাপে লৈ প্ৰণাম আয়োগখন গঠন কৰা হ’ব।” মন্ত্ৰীজনে কয়।

আনহাতে এনে ভুক্তভোগী ব্যক্তিয়ে আইনখনৰ দ্বাৰা উপকৃত হ’বৰ ক’ত আৱেদন কৰিব লাগিব সেই সন্দৰ্ভত তেওঁ কয় যে The Drawing and Disbursing Officer (DDO)-ৰ ওচৰত এই আৱেদন জনাব লাগিব। উক্ত বিষয়াই এমাহৰ ভিতৰত বিষয়টোৰ মীমাংসা কৰি দিব লাগিব। ইয়াৰ পিছত চাকৰিয়ালজনে চাকৰি কৰা সংশ্লিষ্ট বিভাগটোৱে দুমাহৰ ভিতৰত নিয়মমতে ব্যৱস্থা ল’ব লাগিব। যদিহে অভিভাৱকজন এই প্ৰক্ৰিয়াটোত সন্তোষ্ট নহয় বা প্ৰাপ্যখিনি নাপায়, তেতিয়া হ’লে তেওঁ প্ৰণাম আয়োগৰ কাষ চাপিব পাৰিব, যি তিনি মাহৰ ভিতৰত তাৰ মীমাংসা দিব।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd