• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

৪০০ কিলোভল্টৰ আন্তঃসীমা বিদ্যুৎ লাইনৰ প্ৰকল্প খৰতকীয়া কৰিবলৈ ভাৰতক অনুৰোধ কৰিব নেপালে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 3:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপাল ইলেকট্ৰিচিটি অথ’ৰিটিয়ে জানিবলৈ দিছে যে নেপাল চৰকাৰে ৪০০ কিলোভল্টৰ বাটৱাল-গোৰখপুৰ আন্তঃসীমা বিদ্যুৎ লাইনৰ প্ৰকল্পৰ পুঁজি যোগান আৰ্হিত অনুমোদন জনাবলৈ আৰু প্ৰকল্পটোৰ কাম খৰতকীয়া কৰিবলৈ ভাৰতক অনুৰোধ কৰিব। অহা ২০-২২ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া নেপাল-ভাৰত শক্তিখণ্ডৰ সচিব পৰ্য্যায়ৰ যুটীয়া কৰ্ণধাৰ সমিতিৰ বৈঠকত ভাৰতৰ শক্তিখণ্ডৰ সচিবৰ ওচৰত তেওঁলোকে এই অনুৰোধ কৰিব।

উল্লেখযোগ্য যে যোৱা বছৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা দ্বিতীয়খন যুটীয়া বৈঠকত ১৩৫ কিলোমিটাৰ আন্তঃসীমা বিদ্যুৎ লাইন স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰস্তাৱিত লাইনটোৰ মুঠ দৈৰ্ঘ্যৰ ১১৫ কিলোমিটাৰ ভাৰতৰ সীমাত পৰে আৰু বাকী ২০ কিলোমিটাৰ নেপালৰ ভিতৰত পৰে। বৈঠকত এটা যুটীয়া কাৰিকৰী গোটে প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পৰ প্ৰতিবেদনখনত অনুমোদন জনাবলৈ দুয়োখন দেশ সন্মত হৈছিল।

নেপালৰ বিষয়াসকলে জনাইছে যে তেওঁলোকে ইতিপূৰ্বে তেওঁলোকৰ ২০ কিলোমিটাৰ লাইনৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিছে। এই পুঁজি তেওঁলোকে আমেৰিকাৰ এটা স্বতন্ত্ৰৰীয়া প্ৰাধিকাৰীক কাম কৰিবৰ বাবে দিব। জানিব পৰা মতে নেপালৰ শক্তি মন্ত্ৰ্যালয়ে এই প্ৰস্তাৱিত বিদুৎ পৰিৱহণ লাইনৰ প্ৰকল্পটোত সৰ্বাধিক গুৰুত্ব দিছে, কাৰণ ই ভাৰতৰ পৰা আমদানি কৰা বিদ্যুৎ ইয়াৰ অতি উচ্চ পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰা মহানগৰ, যেনে- ভৈৰৱা, বুটৱাল, পোখাৰা, আৰু নাৰায়ণগড়ত বিতৰণত সুচলতা দিব। তাৰোপৰি এই বিদ্যুৎ লাইনে বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা বুধি গণ্ডকী আৰু মাৰ্চৱাংডি কৰিডৰৰ বিদ্যুৎ প্ৰকল্পত উৎপাদন আৰম্ভ হ’লে ৰাহি হোৱা বিদ্যুৎ সৰবৰাহ কৰাত সুবিধা দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm
ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd