• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ মে’ৰ পৰা দেশজোৰা ৭২ ঘণ্টীয়া অনশনত বহিব ৰে’ল শ্ৰমিকসকল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 1:48 pm
RailMajdurUnion
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া দাবীবোৰ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবে চৰকাৰক হেঁচা দিবলৈ এন এফ ৰেইলৱেই মজদুৰ য়ুনিয়নে অহা ৮ মে’ৰ পৰা দেশজোৰা ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে।

এই কথা এক সংবাদমেল যোগে সদৰী কৰিছে অল ইণ্ডিয়া ৰে’লৱেই মেনছ ফেডাৰেইশ্যনৰ সভাপতি আৰু এন এফ ৰে’ল মজদুৰ  য়ুনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাই।

৩ এপ্ৰিলত তিনিচুকীয়া ৰে’ল মজদুৰ য়ুনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰমিক নেতাজনে কয় যে য’ত জনসাধাৰণৰ উন্নয়ন নহয় তাত দেশৰ উন্নতি কেনেকৈ অসম্ভৱ।

লগতে তেওঁ দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক নীতিবোৰৰো সমালোচনা কৰে। ‘দেশৰ বৰ্তমানৰ অৰ্থনৈতিক নীতিৰ পৰা খাটিখোৱা শ্ৰেণীৰ লোকৰ উন্নয়নৰ হওক চাৰি পুঁজিপতিৰহে উন্নয়নৰ বাট মুকলি হৈছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নতুন অৰ্থনৈতিক নীতিয়ে সৰ্বসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে মুষ্টিমেয় একাংশ ব্যক্তিকহে ধনী হোৱাত সহায় কৰিছে’- এইদৰে কয় নেতাজনে।

তেওঁ লগতে কয় যে শ্ৰমিকসকলেই হওক অথবা সৰ্বসাধাৰণ লোকেই  হওক প্ৰয়োজনত বেংকলৈ ঋণ বিচাৰি গ’লে প্ৰায়ে বিমুখ হ’ব লগীয়া হয়। অথচ বেংকৰ হাজাৰ হাজাৰ কোটি টকা সৰকাই বিজয় মালিয়া, নীৰৱ মোদী, ললিত মোদীয়ে নিৰ্বিঘ্নে দেশ এৰি যাবলৈ সুবিধা পাইছে। এনে হোৱাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কিন্তু ইয়াৰ বিপৰীতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি দেশৰ বহু কৃষকে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হৈছে।

ৰে’ল শ্ৰমিক নেতাগৰাকীয়ে চৰকাৰক নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ দাবী জনোৱাৰ লগতে ৰে’ল বিভাগত ঠিকাভিত্তিক শ্ৰমিক ব্যৱস্থাৰ পৰিৱৰ্তে স্থায়ী শ্ৰমিক নিযুক্তিৰ দাবী তোলে।

আনহাতে, এই অনশন কাৰ্য্যসূচীৰ পিছতো যদি চৰকাৰে তেওঁলোকৰ দাবীবোৰ মানি নলয়, তেন্তে পৰৱৰ্তী পৰ্যায়ত অধিক তীব্ৰ আন্দোলন কৰিব বুলি জনায় শ্ৰমিক নেতাজনে। সংবাদমেলখনত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক  সুশেন হাজৰিকা, উপ-সভাপতি সঞ্জীৱ ভট্টাচাৰ্য, প্ৰচাৰ সম্পাদক পুলক গগৈ, সাংগঠনিক সম্পাদক কমল দত্ত, নৰেশ্বৰ বৰ্মণ, কমলেশ্বৰ শৰ্মা উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd