• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৯০০ ঔদ্যোগিক প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2018 2:23 pm
েেে.j
1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰদূষণ নিয়ন্ত্ৰণ বিধিক অংগুষ্ঠ দেখুৱাই পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কামৰূপ জিলাৰ প্ৰায় ৯০০ ঔদ্যোগিক প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে।

বিভিন্ন উদ্যোগ, হোটেল আদিত আৱৰ্জনা, অপিৰশোধিত পানী নিষ্কাষণৰ উপযুক্ত ব্যৱস্থা নথকাৰ ফলত ই জনস্বাস্থ্যৰ প্ৰতি ভয়ংকৰ বিপদ মাতি আনিছে। অভিযোগ অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বেছিভাগ উদ্যোগ, হোটেল, নাৰ্ছিং হোম আদিত আৱৰ্জনা নিষ্কাষণৰ উপযুক্ত ব্যৱস্থা নাই।

সেয়েহে উক্ত আৱৰ্জনাই ৰোগৰ অন্যতম কাৰক হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিততে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অভিযোগৰ ভিত্তিত গুৱাহটী উচ্চ ন্যায়ালয়ে ধাৰা ৩৭৫/২০১২ ডব্লিঅ পি যোগে সংশ্লিষ্ট পক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

সেই অনুসৰি হিন্দুস্তান পেট্ৰ’লিয়াম কৰৰ্প’ৰেশ্যন লিমিটেড, গুৱাহাটী কাৰ্বন লিমিটেড, বালাজী ইণ্ডাষ্টিজ, হোটেল শিৱম পেলেচ আদিৰ দৰে প্ৰায় ৯০০ ঔদ্যোগিক প্ৰতিষ্ঠান, হোটেল আদিক ১৫ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে।

যদিহে সংশ্লিষ্ট পক্ষই এই ক্ষেত্ৰত কাৰণ দৰ্শোৱাত ব্যৰ্থ হয় তেন্তে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে ন্যায়ালয়ে সমগ্ৰ বিষয়টো ৬ মাহৰ ভিতৰত নিস্পত্তি কৰাৰ নিৰ্দেশ দিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক।।

Recent News

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd