• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙিয়া ৰে’ল ষ্টেশ্যনত ৯খনকৈ সোণৰ বিস্কুট উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 12:52 pm
12 - Copy
91
VIEWS
Share on FacebookShare on Twitter

অসমৰ মাজেদি প্ৰতিদিনে লাখ লাখ টকাৰ চোৰাং সোণ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়। বিগত কেইমাহত গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা বহু লক্ষ টকাৰ সোণ ৰে’ল আৰক্ষীৰ সহযোগত ৰাজহ চোৰাংচোৱা বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছিল।

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া ৰঙিয়া ৰে’ল ষ্টেশ্যনত নাটকীয়ভাৱে উদ্ধাৰ কৰা হয় এক কিলোগ্ৰামতকৈ অধিক পৰিমানৰ সোণ।

ৰঙিয়া ৰে’ল ষ্টেশ্যনৰ এক নম্বৰ প্লেটফৰ্মত নিয়মীয়া তালাচীৰ সময়ত এটা পৰিত্যক্ত স্কুল বেগ প্ৰত্যক্ষ কৰি কৰ্তব্যৰত দুই গৃহৰক্ষী জোৱানৰ সন্দেহ হয়।

প্ৰথমতে বোমা থকাৰ সন্দেহ কৰি কিছু শংকিত হয় যদিও পিছত দুয়োজনে বেগখন পৰীক্ষা কৰি চায়।

বেগখনৰ ভিতৰত থকা পুৰণি জিনছৰ পেণ্টৰ ভাজত কাগজৰে মেৰুওৱা অৱস্থাত ৯ খন সোণৰ বিস্কুট উদ্ধাৰ কৰে। ইয়াৰ পিছত  ৰে’ল আৰক্ষী উপস্থিত হৈ সোণখিনি লৈ যায়। সোণখিনিৰ ওজন এক কিলোগ্ৰামতকৈ অধিক আৰু ইয়াৰ মূল্য প্ৰায় ৩০ লক্ষাধিক হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

গৃহৰক্ষী বাহিনীৰ জোৱান কনক ডেকা আৰু ফিজুনৰ আলীৰ তৎপৰতা আৰু সততাৰ বাবে বিস্কুটকেইখন উদ্ধাৰ হ’ল বুলি সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd