• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ সমহাৰত দৰমহা প্ৰদানৰ দাবী অসম ক্ৰীড়া ব’ৰ্ডৰ কৰ্মচাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2018 7:39 am
61486.3

প্ৰতিনিধিত্বমূলক চিত্ৰ

104
VIEWS
Share on FacebookShare on Twitter

ব’ৰ্ড অব স্প’ৰ্টছ, অসম অৰ্থাৎ অসম ক্ৰীড়া ব’ৰ্ডৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ আন চৰকাৰী কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

ইতিমধ্যে এই সম্পৰ্কত অসম ক্ৰীড়া ব’ৰ্ড কৰ্মী সংঘৰ তৰফৰ পৰা ক্ৰীড়া ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়া ব’ৰ্ডৰ সম্পাদক, জ্যেষ্ঠ শ্ৰম আয়ুক্ত, আয়ুক্ত সচিব আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকক এখন দাবী পত্ৰ প্ৰেৰণ কৰে।

এই দাবী পত্ৰত বিগত তিনিটা বছৰ ধৰি ব’ৰ্ডৰ কৰ্মচাৰীসকলে ষষ্ঠ দৰমহা আয়োগৰ আঁসোৱাহ সমূহ দূৰ কৰি দৰমহা সংশোধন কৰিবলৈ বহুবাৰ আবেদন কৰাৰ পাছতো কৰ্মচাৰীসকলক উপেক্ষা কৰি অহা বুলি স্পষ্ট ৰূপত উল্লেখ আছে। উক্ত সংশোধনী অনুসৰি এতিয়া দৰমহা প্ৰদান নকৰাত চৰম হতাশাত ভুগিছে কৰ্মচাৰীসকল।

ইয়াৰ আশু সমাধান কৰিবলৈ উক্ত দাবী পত্ৰত কৰ্তৃপক্ষৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে আৰু আন চৰকাৰী কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদান কৰিবলৈ দাবী জনায়। অন্যথা কৰ্মী সংঘই অহা ১ জুনৰ পৰা পৰ্যায় ক্ৰমে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি দিয়ে।

উল্লেখ্য যে গুৱাহাটী নেহৰু ষ্টেডিয়ামত কৰ্মৰত ব’ৰ্ডৰ কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ নিম্নতম মজুৰি আইনৰ দ্বাৰা অনুমোদিত মজুৰিতকৈ কম পৰিমাণে পাৰিশ্ৰমিক গ্ৰহণ কৰিব লগা হৈছে।

Recent News

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd